আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত।সংগতি ৰাখি আজি ডিব্ৰুগড় জিলাত চেনীমাৰী স্বাস্থ্যআৰু কল্যাণ কেন্দ্ৰত এক সজাগতা ৰেলী বাহিৰ কৰা হয়। বিষয় ভিত্তিক ক্ষেত্ৰ আৰু আন্তঃৰাজ্যিক।নাৰী দিৱসৰ উপলক্ষে মহিলা স্বাস্থ্য আৰু চেনীমাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰৰ দ্বাৰা অনুষ্ঠিত হোৱা স্বাস্থ্য সজাগতা কাৰ্য্যসূচীত মহিলা সকলৰ স্বাস্থ্য সুৰক্ষিত কৰাৰ ওপৰত সজাগতা সৃষ্টি কৰাৰ লগতে এই কাৰ্য্যসূচীত ভালে কেইগৰাকী মহিলা আৰু ছাত্ৰ-ছাত্ৰী সকলে অংশ গ্ৰহন কৰা পৰিলক্ষিত হয়।
আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস উপলক্ষে ডিব্ৰুগড় জিলাৰ চেনীমাৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰত সজাগতা ৰেলী অনুষ্ঠিত।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/03/nerity_203b379f861dafb95332e2a370361e39.jpg)