মাজুলীৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান উজনি মাজুলী খেৰকটীয়া মহাবিদ্যালয়ৰ বৰ্ষজোৰা গৌৰৱোজ্বল সোণালী জয়ন্তী উদযাপনৰ লগত সংগতি ৰাখি মহাবিদ্যালয়খনত আয়োজন কৰিছে সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা৷ মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চতকৰণ কোষৰ সহযোগত স্বৰ্গীয় কুলধৰ দলে সোঁৱৰণী আন্তঃ মহাবিদ্যালয়/বিশ্ববিদ্যালয় ভিত্তিত ২ নৱেম্বৰ তাৰিখে তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰিছে৷ তৰ্কৰ বিষয় – ‘সদনৰ মতে, সামাজিক মাধ্যমসমূহে সমাজৰ সৰ্বাঙ্গীন বিকাশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে৷’ স্থানপ্ৰাপ্ত সকলক ক্ৰমে প্ৰথম – ৭০০০, দ্বিতীয় – ৫০০০, তৃতীয় – ৩০০০, শ্ৰেষ্ঠ দলক ৫০০০ কৈ নগদ ধন আৰু ট্ৰফীৰে পুৰস্কৃত কৰা হ’ব৷ অংশগ্ৰহণকাৰী সকলে অধিক জানিবৰ বাবে 8638482967 অথবা 7086205104 নম্বৰত যোগাযোগ কৰিব পাৰিব৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
બિહાર કેબિનેટ વિસ્તરણઃ બિહારમાં આજે કેબિનેટ વિસ્તરણ, તેજ પ્રતાપ પણ બની શકે છે મંત્રી, જાણો સંપૂર્ણ સમીકરણ
બિહારમાં ભાજપ છોડીને નીતિશ કુમાર તેજસ્વી યાદવના દરબારમાં પહોંચ્યા છે. આરજેડી અને જેડીયુની નવી...
Stock Market Live Updates: Sensex 400 अंक टूटा, Nifty 24,100 के नीचे खुला | Opening Bell |CNBC Awaaz
Stock Market Live Updates: Sensex 400 अंक टूटा, Nifty 24,100 के नीचे खुला | Opening Bell |CNBC Awaaz
ધાનેરાની હોસ્પિટલમાંથી મોબાઇલની ચોરી થતાં ચકચાર
ધાનેરામાં આવેલી એક ખાનગી હોસ્પિટલમાં રવિવારે રાત્રે સુતેલા દર્દીના મોબાઇલની ચોરીની કરી શખ્સ ફરાર...
विशेष संबंधों में बंधकर रहना हमारे हित में नहीं, रूस-अमेरिका से रिश्तों पर बोले जयशंकर
कोलकाता, विदेश मंत्री जयशंकर ने शुक्रवार को कोलकाता में एक कार्यक्रम के दौरान कहा कि विशेष...
ঢকুৱাখনাত ভূমি কেলেংকাৰী ভয়ংকৰ তথ্য পোহৰলৈ আহিছে
ৰাজ্যজুৰি ভুমি কেলেংকাৰীয়ে তোলপাৰ লগোৱাৰ সময়তে ঢকুৱাখনাতো ভূমি কেলেংকাৰীৰ ভয়ঙ্কৰ তথ্য...