তেজপুৰৰ ৰাজপথত উদ্ধাৰ এটি কন্যা শিশু৷ শিশুটিৰ ঘৰ বিশ্বনাথত৷ এজন যুৱকে শিশুটিক বিশ্বনাথৰ পৰা লৈ আহিছিল৷ পিছত যুৱকজনে শিশুটিক এৰি থৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ শিশুটিক প্ৰত্যক্ষ কৰি সুহৃদয়বান এজন লোকে চমজাই দিয়ে নৱপ্ৰভাত অনাথ আশ্ৰমত৷ সম্প্ৰতি শিশুটি কেতেকেবাৰীস্হিত নৱপ্ৰভাতৰ তত্বাৱধানত সুস্হ অৱস্হাত আছে৷ শিশুটিৰ ঘৰ বিশ্বনাথৰ কোনো চাহ বাগিছাত বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
সোণাৰিত যুৱ কংগ্ৰেছে পালন কৰিলে ৰাষ্ট্ৰীয় নিবনুৱা দিৱস
পদপথত পকৰি-মিঠাই বিক্ৰীত নামিল কংগ্ৰেছ কৰ্মী।সোণাৰিত ৰাষ্ট্ৰীয় নিবনুৱা দিৱস পালন যুৱ...
रायगड जिल्ह्यातील शेतकऱ्यांच्या फळ पीक विम्याचे पैसे ३ जानेवारी पूर्वी अदा करावे – कृषिमंत्री धनंजय मुंडे
मुंबई, दि. २८ : पुनर्रचित हवामान आधारित फळ पीक विमा योजनेत सहभागी झालेल्या रायगड जिल्ह्यातील...