তেজপুৰৰ ৰাজপথত উদ্ধাৰ এটি কন্যা শিশু৷ শিশুটিৰ ঘৰ বিশ্বনাথত৷ এজন যুৱকে শিশুটিক বিশ্বনাথৰ পৰা লৈ আহিছিল৷ পিছত যুৱকজনে শিশুটিক এৰি থৈ যোৱাৰ অভিযোগ উত্থাপিত হৈছে৷ শিশুটিক প্ৰত্যক্ষ কৰি সুহৃদয়বান এজন লোকে চমজাই দিয়ে নৱপ্ৰভাত অনাথ আশ্ৰমত৷ সম্প্ৰতি শিশুটি কেতেকেবাৰীস্হিত নৱপ্ৰভাতৰ তত্বাৱধানত সুস্হ অৱস্হাত আছে৷ শিশুটিৰ ঘৰ বিশ্বনাথৰ কোনো চাহ বাগিছাত বুলি জানিব পৰা গৈছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
કઠલાલની આર .સી .મિશન પ્રાથમિક શાળામાં ગરબા મહોત્સવ ઉજવાયો.
કઠલાલની આર .સી .મિશન પ્રાથમિક શાળામાં ગરબા મહોત્સવ ઉજવાયો.
"হৰি-হৰৰ যুদ্ধ বাণ পৰাজয়" ভাওনাই মুহিলে হাজাৰ হাজাৰ দৰ্শকক
"হৰি-হৰৰ যুদ্ধ বাণ পৰাজয়" ভাওনাই মুহিলে হাজাৰ হাজাৰ দৰ্শকক
শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সোৱণশিৰি...
ચુંટણી વ્યવસ્થા અંગે ચર્ચા
આજ રોજ પ્રદેશ કાર્યાલય કમલમ કોબા ખાતે ચૂંટણી વ્યવસ્થા સંદર્ભમાં ભાજપ પ્રદેશ સંગઠન મહામંત્રી શ્રી...
Chandrayaan 3 Update: Vikram lander and Pragyan Rover को जागने के लिए कितनी Sun Light की जरूरत
Chandrayaan 3 Update: Vikram lander and Pragyan Rover को जागने के लिए कितनी Sun Light की जरूरत