গোলাঘাট জিলাৰ খুমটাই সমষ্টিত অনুষ্ঠিত পৰিষ্কাৰ প্ৰতিযোগিতাৰ আজিৰে পৰা আৰম্ভ হৈছে মূল্যায়ন । অসমৰ বিভিন্ন ক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তিয়ে অংশ লৈছে বিচাৰ প্ৰক্ৰিয়াত। খুমটাই সমষ্টিৰ ১২১ খন ৰাজহ গাঁও আৰু ২৪ খন বাগিছাই অংশ লৈছে এই পৰিষ্কাৰ প্ৰতিযোগিতাত । বিধায়ক মৃণাল শইকীয়াই প্ৰত্যক্ষভাৱে তদাৰক কৰিছে প্ৰতিযোগিতাখন। আজি খুমটাই সমষ্টিৰ যোগিবাৰী গ্ৰাম্য পৰ্যটন প্ৰকল্পৰ পৰা বিচাৰক ক্ৰমে অৰণ্য মানৱ যাদৱ পায়েং,জেষ্ঠ্য সাংবাদিক মৃণাল তালুকদাৰ,প্ৰাণজিৎ শইকীয়া,নন্দন প্ৰতিম শৰ্মা বৰদলৈ, সম্মদ্বিপ দত্ত, অভিজিৎ গগৈ, শিক্ষাবিদ দিনেশ গগৈকে, অমৰ দত্ত, চক্ৰ বিষয়া পাপৰি দাস, অতিৰিক্ত উপায়ুক্ত অমলান ফুকন, সুৰজিৎ নেওগ, গৌৰীপ্ৰিয়া দেউৰী, জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধিৰাজ দাস, পৰিবহণ বিষয়া দিব্যজ্যোতি কাৰ্জি, তথ্য আৰু জনসংযোগ বিষয়া পম্পী দেৱী, মাধব চন্দ্ৰ নাথ আদিয়ে পাছটা দলত বিভক্ত হৈ সমষ্টিৰ বিভিন্ন অঞ্চলত পৰিভ্ৰমণ কৰি বিচাৰ পক্ৰিয়া আৰম্ভ কৰে । । ইতিমধ্যে খুমটাই সমষ্টিৰ গাঁওসমূহ পৰ্যবেক্ষণৰ বাবে ৰাওনা হৈছে বিচাৰকৰ দল ।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  বিৰোধীক তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছৰতামুলপুৰত তৃণমূল কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন 
 
                      বিৰোধীক তীব্ৰ সমালোচনা তৃণমূল কংগ্ৰেছৰতামুলপুৰত তৃণমূল কংগ্ৰেছৰ বিক্ষোভ প্ৰদৰ্শন
                  
   चैंपियंस ट्रॉफी-2025 के अपने पहले मैच में भारतीय क्रिकेट टीम ने शानदार प्रदर्शन करते हुए बांग्लादेश क्रिकेट टीम को 6 विकेट से पराजित कर चैंपियंस ट्रॉफी में जबरदस्त आगाज किया। 
 
                      जय हो!
 
चैंपियंस ट्रॉफी-2025 के अपने पहले मैच में भारतीय क्रिकेट टीम ने शानदार प्रदर्शन...
                  
   ધ્રાંગધ્રા - હળવદ રોડ પર જીવંત વીજ વાયર પડતા બાળકીનું મોત 
 
                      ધ્રાંગધ્રા-હળવદ રોડ પર મેવાડા ઓઈલ મીલ પાસે રહેતા દેવાશિષભાઈ સોમપુરાની ૧૦ વર્ષની દિકરી ધ્યાના...
                  
   कब बढ़ जाता है ब्रेस्ट कैंसर का जोखिम [Breast Cancer: Causes and Prevention] 
 
                      कब बढ़ जाता है ब्रेस्ट कैंसर का जोखिम [Breast Cancer: Causes and Prevention]
                  
   
  
  
  
   
   
  