ডিমৌ সমীপৰ চেপন চাহ বাগিচাত অসম চাহ মজদুৰ সংঘ চেপন বাগিচা প্ৰাথমিক ইউনিটৰ নৱডিমৌ সমীপৰ চেপন চাহ বাগিচাত নিশা চাহ মজদুৰ সংঘ চেপন বাগিচা প্ৰাৰ্থমিক ইউনিটৰ নৱ নিৰ্বাচিত কমিটিৰ শপত গ্ৰহণ অনুষ্ঠিত নিৰ্বাচিত কমিটিৰ শপত গ্ৰহণ আৰু দায়িত্ব অৰ্পণ সভাখনি নিশা মৰাণ শাখা সংঘৰ সভাপতি- মনোজ তাঁতীৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। সভাখনিত মৰাণ শাখা সংঘৰ উপ-সভাপতি- সুৰথ নায়ক, জ্যেষ্ঠ সম্পাদক- লক্ষেশ্বৰ তাঁতী, সহ: সম্পাদক- প্ৰমোদ সিং তাঁতী, প্ৰা: উপ-সভাপতি- মনগোবিন্দ কৰ্মকাৰ আৰু মিঠুন চাউৰা উপস্থিত থাকি নৱ নিৰ্বাচিত কমিটিৰ বিষয় - ববীয়া, সদস্য/ সদস্যা সকলক দায়িত্ব, কৰ্তব্য আৰু সাংগঠনিক দিশৰ ওপৰত গুৰুত্ব দি অতি সুন্দৰ আৰু বহল ভাবে পৰামৰ্শ আগবঢ়োৱাৰ লগতে শ্ৰমিক ৰাইজক একতা কৰি ৰাখি সংঘক শক্তিশালী কৰাৰ লগতে বাগিচাখনৰ সৰ্বাঙ্গীন উন্নতিৰ পথত আগবঢ়াই লৈ যাবলৈ আহ্বান জনায়।
ডিমৌ সমীপৰ চেপন চাহ বাগিচাত নিশা চাহ মজদুৰ সংঘ চেপন বাগিচা প্ৰাৰ্থমিক ইউনিটৰ নৱ নিৰ্বাচিত কমিটিৰ শপত গ্ৰহণ অনুষ্ঠিত
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/03/nerity_f61d9334a30d73a5c42c96bacb4e0395.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)