বহিঃৰাজ্যৰ বিদ্যুৎ চালিত গামোচাই এক প্ৰকাৰৰ বজাৰ দখল কৰিছিল অসমৰ । যিকোনো অনুষ্ঠানত কেৱল বহিঃৰাজ্যৰ গামোচাই সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছিল । যাৰ পৰিপ্ৰেক্ষিতত হস্ত তাঁতশালৰ শিপিনীসকল সমস্যাতে পৰিব লগা হৈছিল । কিন্তু অলপতে অসম চৰকাৰে বহিঃৰাজ্যৰ বিদ্যুৎ চালিত গামোচা, মেখেলাচাদৰ আদি অসমত বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে আনন্দিত হৈ পৰিছে অসমৰ হস্ত তাঁতশালৰ শিপিনী সকল । আজি মৰাণত হস্ত তাঁতশালত চাৰিখনকৈ ধৰ্ম গ্ৰন্থ বৈ উলিওৱা শিপিনী, পদ্মশ্ৰী সন্মান প্ৰাপক হেমপ্ৰভা চুতীয়াই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় । তেওঁ কয় যে চৰকাৰে অসমীয়া শিপিনীক আদৰ জনাইছে । শিপিনী সকলে অনেক কষ্ট কৰি গামোচা বিলাক বয় । কিন্তু বহিঃৰাজ্যৰ গামোচা বিলাক কম দামতে দোকানত উপলব্ধ হোৱাৰ বাবে স্থানীয় শিপিনীসকলৰ গামোচা বিক্ৰী কৰিব পৰা নাছিল । চৰকাৰক এই পদক্ষেপ কঠোৰ ভাৱে বলবৎ কৰিবলৈ তেওঁ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સાબરડેરીના ૧૧૩૦ કરોડના લોકાર્પણ ખાતમુહૂર્ત કાર્યક્રમ પ્રધાનમંત્રીશ્રીના હસ્તે કરવામાં આવશે
સાબરકાંઠા જિલ્લાના હિંમતનગર ખાતે
વડાપ્રધાન શ્રી નરેન્દ્રભાઈ મોદી ૨૮ મી જુલાઇએ સાબરડેરીના...
Breaking News: मिशन 2024 की BJP ने कर ली तैयारी | Lok Sabha Election 2024 | PM Modi | Aaj Tak
Breaking News: मिशन 2024 की BJP ने कर ली तैयारी | Lok Sabha Election 2024 | PM Modi | Aaj Tak
ડીસાના જૂનાડીસામાં ઝાટકા મશીન લગાવ્યા વિના વીજ કરંટથી કિશોરનું મોત
ડીસા તાલુકાના જૂનાડીસામાં ખેડૂતે ખેતરમાં ઝાટકા મશીન લગાવ્યા વિના સીધો 240 વોલ્ટનો કરંટ ઉતારતાં...