বহিঃৰাজ্যৰ বিদ্যুৎ চালিত গামোচাই এক প্ৰকাৰৰ বজাৰ দখল কৰিছিল অসমৰ । যিকোনো অনুষ্ঠানত কেৱল বহিঃৰাজ্যৰ গামোচাই সম্পন্ন কৰা দেখিবলৈ পোৱা গৈছিল । যাৰ পৰিপ্ৰেক্ষিতত হস্ত তাঁতশালৰ শিপিনীসকল সমস্যাতে পৰিব লগা হৈছিল । কিন্তু অলপতে অসম চৰকাৰে বহিঃৰাজ্যৰ বিদ্যুৎ চালিত গামোচা, মেখেলাচাদৰ আদি অসমত বিক্ৰীৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰাৰ পিছতে আনন্দিত হৈ পৰিছে অসমৰ হস্ত তাঁতশালৰ শিপিনী সকল । আজি মৰাণত হস্ত তাঁতশালত চাৰিখনকৈ ধৰ্ম গ্ৰন্থ বৈ উলিওৱা শিপিনী, পদ্মশ্ৰী সন্মান প্ৰাপক হেমপ্ৰভা চুতীয়াই চৰকাৰৰ এই পদক্ষেপক আদৰণি জনায় । তেওঁ কয় যে চৰকাৰে অসমীয়া শিপিনীক আদৰ জনাইছে । শিপিনী সকলে অনেক কষ্ট কৰি গামোচা বিলাক বয় । কিন্তু বহিঃৰাজ্যৰ গামোচা বিলাক কম দামতে দোকানত উপলব্ধ হোৱাৰ বাবে স্থানীয় শিপিনীসকলৰ গামোচা বিক্ৰী কৰিব পৰা নাছিল । চৰকাৰক এই পদক্ষেপ কঠোৰ ভাৱে বলবৎ কৰিবলৈ তেওঁ আহ্বান জনায় ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સી.આર પાટીલે વહેલી ચૂંટણી અંગે આપ્યું નિવેદન@Sandesh News
સી.આર પાટીલે વહેલી ચૂંટણી અંગે આપ્યું નિવેદન@Sandesh News
અમદાવાદની હાઇપ્રોફાઇલ બેઠક જયાં 4 પક્ષો વચ્ચે છે જંગ ભાજપના કાર્યકરો સાથે ખાસ વાતચીત
અમદાવાદની હાઇપ્રોફાઇલ બેઠક જયાં 4 પક્ષો વચ્ચે છે જંગ ભાજપના કાર્યકરો સાથે ખાસ વાતચીત
सिरदर्द का गंभीर प्रकार होता है Thunderclap Headache, माइग्रेन से इस तरह होता है अलग
सिरदर्द एक सामान्य स्थिति है, जिससे लगभग सभी गुजर चुके हैं। सिरदर्द जब स्ट्रेस या आंखों की...