সোণাৰিত বৃদ্ধৰ বেংক একাউণ্টৰ পৰা প্ৰবঞ্চকে ধন উলিয়াই নিয়াৰ অভিযোগ।

সোণাৰিৰ কাষৰীয়া নাফুক গাঁওৰ এজন বৃদ্ধৰ বেংক একাউন্টৰ পৰা এটা প্ৰবঞ্চকে কৌশলেৰে ধন উলিয়াই নিয়াৰ অভিযোগ উত্থাপিত হৈছে। আজি প্রবঞ্চনাৰ বলি হোৱা নাফুক চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত বৃদ্ধ শ্ৰমিক জনে এই সন্দৰ্ভত সোণাৰি আৰক্ষী থানাত এক গোচৰ দাখিল কৰিছে।