: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ সপোনক বাস্তবায়িত কৰাৰ উদ্দেশ্য খুমটাইত উদ্বোধন হ'ল ৭ টাকৈ পানী যোগান আঁচনি । জল জীৱন আঁচনিৰ অধীনত ৮ কোটি ৯ লাখ টকাৰে নিৰ্মিত পানী যোগান আঁচনিসমূহ উদ্বোধন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। মুঠ ১৩৫৩ ঘৰ পৰিয়ালে এই আঁচনিৰ অধীনত লাভ কৰিব বিশুদ্ধ খোৱাপানী । আগন্তক ফল্গূৎসৱৰ উপহাৰ হিচাপে সমষ্টিবাসীক উপহাৰ আগবঢ়াই আনন্দিত বিধায়ক গৰাকী । : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঘৰে ঘৰে বিশুদ্ধ খোৱাপানী যোগানৰ সপোনক বাস্তবায়িত কৰাৰ উদ্দেশ্য খুমটাইত উদ্বোধন হ'ল ৭ টাকৈ পানী যোগান আঁচনি । জল জীৱন আঁচনিৰ অধীনত ৮ কোটি ৯ লাখ টকাৰে নিৰ্মিত পানী যোগান আঁচনিসমূহ উদ্বোধন কৰে খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াই। মুঠ ১৩৫৩ ঘৰ পৰিয়ালে এই আঁচনিৰ অধীনত লাভ কৰিব বিশুদ্ধ খোৱাপানী । আগন্তক ফল্গূৎসৱৰ উপহাৰ হিচাপে সমষ্টিবাসীক উপহাৰ আগবঢ়াই আনন্দিত বিধায়ক গৰাকী ।