আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে৷ৰাজ্যৰ অন্যান্য কেন্দ্ৰৰ লগতে নলবাৰী জিলাৰ বৰখালাত অৱস্থিত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰটো নিৰ্ধাৰিত সময়তে পৰীক্ষা আৰম্ভ হৈছে৷ইতিমধ্যে আজি পূৱাৰে পৰা কেন্দ্ৰটোত একাংশ উৎকন্থিত অভিভাৱকেে ভীৰ কৰা দেখা যায়৷কিন্ত পৰীক্ষা কেন্দ্ৰৰ ভিতৰত কোনো অভিভাৱক অথবা হিতাকাংক্ষীকে প্ৰবেশ কৰিব দিয়া নাই৷জানিব পৰামতে এইবেলি কেন্দ্ৰটোত মুঠ ২৫২ গৰাকী পৰীক্ষাৰ্থী আছে৷ইয়াৰে ১৩২ গৰাকী ছাত্ৰী হোৱাৰ বিপৰীতে ১২০ গৰাকী ছাত্ৰ আছে৷পৰীক্ষা কেন্দ্ৰটোত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰবাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰ পৰিচালকে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
अमरावती महानगरपालिकात गणेश उत्सवाकरीता तब्बल ७०,००० पर्यावरण पुरक मुर्ती उपलब्ध
प्लास्टर ऑफ पॅरीस (POP) पासुन तयार होणा-या मुर्ती पाण्यात लवकर विरघळत नाहीत...
NEWS :- ‘Challenge the certification’: SC on plea to stay release of The Kerala Story
The Supreme Court told the petitioners that the plea to stay the release of The Kerala Story...
Whatsapp: वाट्सएप का गलत उपयोग किया तो होगी कार्रवाई, मेटा ने 79 लाख से अधिक अकाउंट पर लगाया प्रतिबंध
नई दिल्ली। मेटा के स्वामित्व वाले वाट्सएप ने कहा है कि उसने मार्च में भारत में 79 लाख से...
બનાસકાંઠાના ખેડૂતોને જાણવાજો ગ સંદેશ તારીખ 13 10 2022 ના દિવસે અત્યારે
બનાસકાંઠાના ખેડૂતોને જાણવાજો ગ સંદેશ તારીખ 13 10 2022 ના દિવસે અત્યારે