আজিৰে পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰম্ভ হৈছে৷ৰাজ্যৰ অন্যান্য কেন্দ্ৰৰ লগতে নলবাৰী জিলাৰ বৰখালাত অৱস্থিত পশ্চিম বড়িগোগ ধীৰদত্ত উচ্চতৰ মাধ্যমিক বিদ্যালয় পৰীক্ষা কেন্দ্ৰটো নিৰ্ধাৰিত সময়তে পৰীক্ষা আৰম্ভ হৈছে৷ইতিমধ্যে আজি পূৱাৰে পৰা কেন্দ্ৰটোত একাংশ উৎকন্থিত অভিভাৱকেে ভীৰ কৰা দেখা যায়৷কিন্ত পৰীক্ষা কেন্দ্ৰৰ ভিতৰত কোনো অভিভাৱক অথবা হিতাকাংক্ষীকে প্ৰবেশ কৰিব দিয়া নাই৷জানিব পৰামতে এইবেলি কেন্দ্ৰটোত মুঠ ২৫২ গৰাকী পৰীক্ষাৰ্থী আছে৷ইয়াৰে ১৩২ গৰাকী ছাত্ৰী হোৱাৰ বিপৰীতে ১২০ গৰাকী ছাত্ৰ আছে৷পৰীক্ষা কেন্দ্ৰটোত যাতে কোনো অপ্ৰীতিকৰ পৰিবেশৰ সৃষ্টি নহয় তাৰবাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰিছে বুলি কেন্দ্ৰ পৰিচালকে জানিব দিছে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Ramesh Bidhuri News: BJP सांसद Ramesh Bidhuri को Rajsthan में मिली बड़ी ज़िम्मेदारी!
Ramesh Bidhuri News: BJP सांसद Ramesh Bidhuri को Rajsthan में मिली बड़ी ज़िम्मेदारी!
SI পদত উজ্জলিল নাৰায়ণপুৰৰ মাধৱ দেউৰী
নাৰায়ণপুৰৰ মাজচাপৰি গাঁৱৰ মাধৱ দেউৰীয়ে SI পদত নিযুক্তি লাভ কৰিছে। অতি দৰিদ্ৰ পৰিয়ালৰ সন্তান মাধৱ...
नमाना के लाड़ेश्वर महादेव मंदिर पर साढ़े पांच करोड रुपए की लागत से होगा रिवर फ्रंट का कार्य
नमाना के लाड़ेश्वर महादेव मंदिर पर रिवरफ्रंट का कार्य हुआ शुरू।
पूर्व की कांग्रेस सरकार के...
Mewat Violence : Nuh हिंसा की Inside Story, Aftab Ahmed की जुबानी | Haryana Tak
Mewat Violence : Nuh हिंसा की Inside Story, Aftab Ahmed की जुबानी | Haryana Tak
চিলাপথাৰৰ ৰাজপথত জ্বলিল আঙুৰলতা ডেকাৰ পুত্তলিকা
চিলাপথাৰৰ ৰাজপথত জ্বলিল আঙুৰলতা ডেকাৰ পুত্তলিকা lআঙুৰলতা মুৰ্দাবাদ ধ্বনিৰে উত্তাল চিলাপথাৰৰ আকাশ...