নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলন খনি এইবেলি ৪৭তম বৰ্ষত ভৰি দিছে৷তদুপলক্ষে অহা ১৪ৰ পৰা ১৬ এপ্ৰিললৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷সানেকুছিস্থিত পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুল খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হব লগা উক্ত বিহু সন্মিলনৰ প্ৰথমদিনা সন্ধিয়া অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে,প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩০০১/= টকা,দ্বিতীয় পুৰস্কাৰ ২০০১/=টকা আৰু তৃতীয় পুৰস্কাৰ ১০০১/= টকা,ভৰ্তি মাচুল ১০০/= টকা৷দ্বিতীয় দিনা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী প্ৰাণ বিনোদ(প্ৰাৰ্থপ্ৰতীম) আৰু কাজল বৰুৱাৰ গীতৰ অনুষ্ঠান,শেষৰ দিনা নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী চয়নিকা ভূঞাঁ৷ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સુરત શહેરના મહુવા મુકામે થઇ રહેલ કન્યા છાત્રાલયનું આહિર સમાજના પ્રમુખે મુલાકાત લીધી.
સુરત શહેરના મહુવા મુકામે થઇ રહેલ કન્યા છાત્રાલયનું આહિર સમાજના પ્રમુખે મુલાકાત લીધી.
મહુવા...
সোণাৰিত স্বদেশী, খাদী আৰু স্বচ্ছতা অভিযান
জাতিৰ পিতা, মহামানৱ তথা অহিংসাৰ পূজাৰী মহাত্মা গান্ধীৰ জন্ম জয়ন্তী উপলক্ষে আজি সোণাৰিৰ থুকুবিল...
રાધનપુરના સર્વોદય કાર્યકરનું નિધન થયું | SatyaNirbhay News Channel
રાધનપુરના સર્વોદય કાર્યકરનું નિધન થયું | SatyaNirbhay News Channel
રાજકોટ રાજકોટના માલિયાસણના દ્રશ્યો આવ્યા સામે રાજકોટના માલિયાસણ પાસે આવેલ બ્રિજ બરફના ચાદરથી ઢંકાઈ શિમલા - મનાલી જેવા દ્રશ્યો આવ્યા સામે ...
રાજકોટ
રાજકોટના માલિયાસણના દ્રશ્યો આવ્યા સામે
રાજકોટના માલિયાસણ પાસે આવેલ બ્રિજ...
બોટાદ ખાતે આંતરરાષ્ટ્રીય હિન્દુ પરિષદ તેમજ બજરંગ દળ દ્વારા બ્લડ ડોનેશન કેમ્પનુ આયોજન કરવામાં આવ્યું.
બોટાદ ખાતે આંતરરાષ્ટ્રીય હિન્દુ પરિષદ તેમજ બજરંગ દળ દ્વારા બ્લડ ડોનેશન કેમ્પનુ આયોજન કરવામાં આવ્યું.