নলবাৰী জিলাৰ বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত বৰভাগ বনভাগ আঞ্চলিক ৰঙালী বিহু সন্মিলন খনি এইবেলি ৪৭তম বৰ্ষত ভৰি দিছে৷তদুপলক্ষে অহা ১৪ৰ পৰা ১৬ এপ্ৰিললৈ তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷সানেকুছিস্থিত পশ্চিম বড়িগোগ অম্বাপ্ৰিয়া চৌধুৰী হাইস্কুল খেলপথাৰ প্ৰাংগনত অনুষ্ঠিত হব লগা উক্ত বিহু সন্মিলনৰ প্ৰথমদিনা সন্ধিয়া অসমীয়া গীতৰ আধাৰত একক নৃত্য প্ৰতিযোগিতাৰ আয়োজন কৰিছে,প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ ৩০০১/= টকা,দ্বিতীয় পুৰস্কাৰ ২০০১/=টকা আৰু তৃতীয় পুৰস্কাৰ ১০০১/= টকা,ভৰ্তি মাচুল ১০০/= টকা৷দ্বিতীয় দিনা সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী প্ৰাণ বিনোদ(প্ৰাৰ্থপ্ৰতীম) আৰু কাজল বৰুৱাৰ গীতৰ অনুষ্ঠান,শেষৰ দিনা নিশাৰ সাংস্কৃতিক সন্ধিয়াৰ বিশেষ আকৰ্ষণ জনপ্ৰিয় কন্ঠশিল্পী চয়নিকা ভূঞাঁ৷ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে৷
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  What Next on Wrestler's Protest: Delhi में जंतर-मंतर पर धरना.. हंगामा.. FIR.. अब आगे क्या? Explainer 
 
                      What Next on Wrestler's Protest: 23 अप्रैल 2024... यही वो दिन है जब Delhi में जंतर मंतर (Jantar...
                  
   Girish Chandra Murmu: CAG गिरीश चंद्र मुर्मू फिर चुने गए WHO के लेखापरीक्षक, 2027 तक होगा कार्यकाल 
 
                      नई दिल्ली, भारत के नियंत्रक एवं महालेखापरीक्षक (सीएजी) गिरीश चंद्र मुर्मू फिर से चार वर्ष के...
                  
   Swami Vivekananda Jayanti: 'उनके विचार हमेशा मार्गदर्शन करते रहेंगे', स्वामी विवेकानंद जयंती पर पीएम मोदी बोले 
 
                      प्रधानमंत्री नरेन्द्र मोदी ने बृहस्पतिवार को स्वामी विवेकानंद को उनकी जयंती पर श्रद्धांजलि अर्पित...
                  
   Petrol Diesel Price:पेट्रोल डीजल के दाम आगे बढ़ने पर क्या बोलें केंद्रीय राज्य मंत्री रामेश्वर तेली? 
 
                      Petrol Diesel Price:पेट्रोल डीजल के दाम आगे बढ़ने पर क्या बोलें केंद्रीय राज्य मंत्री रामेश्वर तेली?
                  
   ૧૧૬ નડિયાદ વિધાનસભા પરિવારના અપેક્ષિત કાર્યકરોની અગત્યની ચૂંટણીલક્ષી બેઠક પીપળાતા ખાતે યોજાઇ 
 
                      ૧૧૬ નડિયાદ વિધાનસભા પરિવારના અપેક્ષિત કાર્યકરોની અગત્યની ચૂંટણીલક્ષી બેઠક પીપળાતા ખાતે યોજાઇ...
                  
   
  
  
  
   
  