আজি অসম চৰকাৰৰ লোক নিৰ্মানপথ বিভাগৰ অধীনত মাহমৰা সমষ্টিৰ চেপন চূণপোৰা পথৰ দিচাং নদীৰ ওপৰত নঙলামৰাত এখন পকী দলংৰ নিৰ্মানৰ আধাৰশিলা ৰ শুভ উদ্বোধন কৰে মাহমৰা সমষ্টিৰ ।বিধায়ক তথা অসম।চৰকাৰৰ।কেবিনেট মন্ত্ৰী যোগেন মহনে। এই।উদ্বোধনী অনুষ্ঠানত মন্ত্ৰীজনৰ লগতে থাওৰা সমষ্টিৰ বিধায়ক সুশান্ত।বৰগোঁহাই , লোক নিৰ্মান বিভাগৰ বিষয় ববীয়া।সকলৰ।লগতে দলীয় কাৰ্য্যকৰ্তা আৰু বহুসংখ্যকস্থানীয় ৰাইজ উপস্থিত থাকে।