নাহৰকটীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ অন্তৰ্গত নিগাম শাখা ছাত্ৰ সন্থাৰ প্ৰথম বাৰ্ষিক প্ৰতিনিধি সভা ঘিনাই মিলনজ্যোতি হাইস্কুলৰ প্ৰাংগনত অনুষ্ঠিত কৰা হয়। উক্ত সভাত নৱগঠিত সমিতিৰ সভাপতি শ্ৰী ঋতুৰাজ ধাদুমীয়া সম্পাদক শ্ৰী অক্তিম ভূঞা কে প্ৰমুখ্যে কৰি ৩৯ জনীয় এক শক্তিশালী সমিতিৰ গঠন কৰা হয়।