ৰঙিয়াৰ তৰণীত বৈদ্যগড় গাও পঞ্চায়তৰ উদ্যোগত শনিবাৰে ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সভা অনুষ্ঠিত কৰা হয় ।বৈদ্যগড় গাও পঞ্চায়তৰ সভাপতি দুলু ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত সভাত স্থানীয় লোক সকলক স্বাধীনতা ৰ অমৃত মহোৎসব উপলক্ষে ঘৰে ঘৰে পতাকা উত্তোলন কাৰ্যসূচী সফল কৰি তুলিবলৈ ভাষণ প্ৰসংগত আহ্বান জনাই ।সভাখনত পঞ্চায়ত খনৰ বিষয়ববীয়া তথা কৰ্মচাৰী সকলেও ৰাইজক সজাগ কৰি তোলাৰ প্ৰয়াস কৰে ।
ৰঙিয়াৰ তৰণীত বৈদ্যগড় গাও পঞ্চায়তৰ উদ্যোগত ঘৰে ঘৰে ত্ৰিৰংগা কাৰ্যসূচী অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সভা সম্পন্ন
 
  
  
  
  
  