গোলাঘাটত ১৪৪ ধাৰা জাৰি *গোলাঘাট জিলাত ১৪৪ ধাৰাৰ অধীনত নিষেধাজ্ঞা* গোলাঘাট, ১ মাৰ্চ : ৰাজ্যখনত অব্যাহত থকা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু পৰীক্ষাৰ সময়ছোৱাত যিকোনো বে-আইনী তথা অপ্ৰীতিকৰ ঘটনা ৰোধ কৰা তথা পৰীক্ষা কে
