মাহমৰাৰ মৰাণ পৌৰসভাৰ এলেকাৰ বাসিন্দা সকলৰ কৰ বৃদ্ধিক লৈ তীব্ৰ প্ৰতিক্ৰিয়া জনসাধাৰণৰ মাজত। ৰাজ্যৰ বিভিন্ন পৌৰসভাৰ লগতে মাহমৰা সমষ্টিৰ মৰাণ পৌৰসভাৰ কৰ অভাৱনীয় ভাৱে বৃদ্ধি হোৱাত হতচকিত হৈ পৰিছে 'বাসিন্দা সকল।বাসিন্দা সকলৰ স্থাৱৰ -অস্থাৱৰ সম্পত্তিৰ কৰ পূৰ্বৰ তুলনাত এশ শতাংশত কৈও অধিক বৃদ্ধি হোৱাত উপায়হীন হৈ বাসিন্দা সকলেমৰাণ পৌৰসভাত দাখিল কৰিছে ওজৰ আপত্তি ।এই সন্দৰ্ভত পৌৰপতি !অৰূপদত্তই কৰদাতা সকলক ধৈয্য ধৰিবলৈ আহ্বান জনাইছে।কৰদাতা সকলৰ ওজৰ আপত্তি বিলাক।চালি জাৰি চাই সঞ্চালক কাৰ্য্যালয়ৰ সৈতে হোৱা আলোচনা মৰ্মে কৰ কিছু হ্ৰাস হোৱাৰ সম্ভাৱনাও ব্যক্ত কৰে।অহা২০ মাৰ্চৰ ভিতৰত কৰদাতা সকলক তেওঁলোকৰ ওজৰ আপত্তি সমুহ।জনাবলৈ আহ্বান জনাইছে।পৌৰপতিজনাই কয় যেঘৰসমুহৰ বয়স চাই কৰ নিৰ্ধাৰণ কৰাহ'ব বুলি কয়। সেই অনুপাতে কৰ হ্ৰাস পাব বুলি কয়।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Breaking News: 'हिमाचल प्रदेश दिल्ली के लिए रिलीज करेगा 137 क्यूसेक पानी', SC का बड़ा फैसला
Breaking News: 'हिमाचल प्रदेश दिल्ली के लिए रिलीज करेगा 137 क्यूसेक पानी', SC का बड़ा फैसला
শিঙিয়নী গাৱঁত অনুষ্ঠিত সম্বৰ্ধনা অনুষ্ঠানটিত উপস্থিত থাকে দেউৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ভৈৰব দেউৰী
আজি যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই...
સાવરકુંડલા તાલુકાના ખડસલી ગામે નર્મદાની પાઈપ લાઈનમાં ભંગાણ થતાં ભેંસ ખાડામાં ખાબકી
સાવરકુંડલા તાલુકા ખડસલી ગામે પાણી પુરવઠા તંત્રનું ઓરમાન ભર્યું વર્તન.
સાવરકુંડલા...
ৰহা বৌদ্ধিধৰ্মা কৰাটে ক্লাব ৰ সাফল্য, ৩৩টা পদক অৰ্জন কৰি কঢ়িয়াই আনিলে গৌৰৱ।
ৰহা বৌদ্ধিধৰ্মা কৰাটো ক্লাবৰ ২২খেলবৈয়ে কাটা আৰু কুমিটেত ৩৩টা পদক অৰ্জন কৰি ৰহালৈ গৌৰৱ কঢিয়াই...
Arvind Kejriwal Arrest: अरविंद केजरीवाल को हाईकोर्ट से झटका, ED की रिमांड में रहेंगे दिल्ली के सीएम
Arvind Kejriwal Arrest: अरविंद केजरीवाल को हाईकोर्ट से झटका, ED की रिमांड में रहेंगे दिल्ली के सीएम