বিদ্যুত সংশোধনী বিধেয়ক - ২০২২ বাতিলৰ দাৱীত বিদ্যুত বিভাগৰ কৰ্মচাৰী, বিষয়া আৰু অভিযন্ত্ৰাৰ কৰ্মবিৰতি ৷আজি সদনত উত্থাপন হ’বলগীয়া বিদ্যুৎ সংশোধনী বিধেয়ক - ২০২২ৰ বিৰোধিতা বিদ্যুত বিভাগৰ কৰ্মচাৰী, বিষয়া আৰু অভিযন্ত্ৰাৰ ৷বিদ্যুত সংশোধনী বিধেয়ক - ২০২২ উত্থাপন হোৱাৰ আগ মূহূৰ্তত বিদ্যুৎ বিভাগৰ সতে আলোচনা মৰ্মে সদনত উত্থাপন কৰাৰ কথা আছিল ৷ কিন্তু আজি কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বিদ্যুৎ বিভাগৰ সতে আলোচনা নকৰাকৈ সদনত বিদ্যুত সংশোধনী বিধেয়ক - ২০২২ উত্থাপন কৰিব বিছৰাত কৰ্মবিৰতিৰ জৰিয়তে সংশোধনী বিধেয়ক বিৰোধিতা কৰিলে ৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আজি সৰ্বাইবন্ধা কৃষ্ণনগৰস্থিত গান্ধীবাদী নেতা হৰিজন - বন্ধু কৃষ্ণনাথ শৰ্মা আৰু তেওঁৰ পুত্ৰ মুক্তিযোদ্ধা কালিদাস দেৱ শৰ্মাৰ সমাধি ক্ষেত্ৰত উপস্থিত হৈ বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পন
যোৰহাট জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মনে আজি সৰ্বাইবন্ধা কৃষ্ণনগৰস্থিত গান্ধীবাদী নেতা হৰিজন -...
RJD प्रमुख Lalu Prasad Yadav के बयान पर विपक्ष हुआ फायर, सुनिए क्या क्या बोल गए नेता ? | Aaj Tak
RJD प्रमुख Lalu Prasad Yadav के बयान पर विपक्ष हुआ फायर, सुनिए क्या क्या बोल गए नेता ? | Aaj Tak
Parliament Session: रील्स बनाने वालों पर संसद में भड़के Ramgopal Yadav, सुनिए बयान | SP | Aaj Tak
Parliament Session: रील्स बनाने वालों पर संसद में भड़के Ramgopal Yadav, सुनिए बयान | SP | Aaj Tak