ছিপাঝাৰৰ খাছ সোনাপুৰ অঞ্চলৰ নীলাধৰ বৰদলৈ । সমন্বিত কৃষি কৰ্মৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে কৃষকগৰাকীয়ে। পুখুৰীত মাছৰ লগতে পুখুৰীৰ পাৰত নেমু টেঙাৰ খেতি। লোকজনে বিগত প্ৰায় ২৫ বছৰ ধৰি কৰা সমন্বিত কৃষি কৰ্মৰ উপাৰ্জনৰে চলাইছে পৰিয়াল । প্ৰায় ২ বিঘাৰ এই পুখুৰীটোত মাছ আৰু পাৰত প্ৰায় ৬০ জোপা নেমু। প্ৰতি সপ্তাহত গোটে তিনি-চাৰি টকাকৈ ৭০০ৰ পৰা ৮০০টা নেমু বিক্ৰি কৰে তেওঁ। ইয়াৰ বাহিৰেও পুখুৰীৰ পাৰত থাকে অমিতা,লাউ,জিকা আদিৰো খেতি।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Smartphone की बैटरी जल्दी हो रही डाउन? जानिए बैकअप बढ़ाने के पांच कारगर टिप्स
Smartphone Battery Saving Tips किसी भी स्मार्टफोन के लिए सबसे जरूरी बैटरी बैकअप होता है। लेकिन...
राष्ट्रीय महामार्गावरच रुतला टँकर;वाहतुकीचा खोळंबा
पाथरी शहरातुन सेलूकडे जाणा-या राष्ट्रीय महामार्ग क्र ५४८ बी ची अतीशय दयनिय अवस्था झाली असून या...
Team India के खिलाफ Pakistan की प्लेइंग इलेवन, खतरा बन सकते हैं खिलाड़ी | India vs Pakistan
Team India के खिलाफ Pakistan की प्लेइंग इलेवन, खतरा बन सकते हैं खिलाड़ी | India vs Pakistan