বন্ধন বেংকৰ উল্লেখনীয় পদক্ষেপ।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |

বন্ধন বেংকে খুলিছে স্কুল।

সমগ্ৰ ৰাজ্যত বন্ধন বেংকৰ ৩০০ শৰো অধিক আছে বন্ধন শিক্ষা কেন্দ্ৰ।। ব্যবসায়িক ক্ষেত্ৰখনৰ লগতে সমান্তৰাল ভাৱে শৈক্ষিক দিশতো গুৰুত্ব প্ৰদান কৰি আহিছে বন্ধন বেংকে।

তেনে এখন বন্ধন শিক্ষা কেন্দ্ৰ স্থাপন কৰে দলগাওৰ ১ নং বাঢ়ৈপাৰাত। ৩৩ গৰাকী কন কন ছাত্ৰ ছাত্ৰীৰে এক সুন্দৰ পৰিবেশ সৃষ্টি হৈছে উক্ত শিক্ষা কেন্দ্ৰটিত।