কামৰূপ জিলাৰ হাজো সমষ্টিৰ অন্তৰ্গত উচ্চশিক্ষানুষ্ঠান পশ্চিম বড়িগোগ আঞ্চলিক মহাবিদ্যালয়ৰ বাৰ্ষিক মহাবিদ্যালয় সপ্তাহ আজিৰে পৰা ছয়দিনীয়া কাৰ্য্যসূচীৰে আৰম্ভ হৈছে৷তদুপলক্ষে আজি দিনৰ ভাগত মহাবিদ্যালয় প্ৰাংগণৰ পৰা এটি বৰ্নিল সাংস্কৃতিক শোভাযাত্ৰা উলিয়াই৷পূৱাৰে পৰা হোৱা নেৰানেপেৰা বৰষুণকো নেওচি মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰী সকলে পৰাম্পৰাগত সাজপাৰ পিন্ধি শোভাযাত্ৰাত অংশগ্ৰহণ কৰে৷শোভাযাত্ৰা উদ্বোধন কৰে মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ড°ৰতুল চন্দ্ৰ শৰ্মাই৷মহাবিদ্যালয়ৰ আই কিউ এ ছি ৰ সমন্বয়ক মৌলনা খাইৰুজ জামানে পৰিচালনা কৰা শোভাযাত্ৰাত অসমৰ পৰাম্পৰাগত সংস্কৃতিৰ লগতে বাল্য বিবাহ ৰোধ কৰক ধ্বনিৰে অঞ্চল পৰিভ্ৰমণ কৰি অঞ্চলবাসী ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰে৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
પાવીજેતપુર તાલુકાના ખટાસ ગામે ખેડૂતને ત્યાં નકલી ઇન્કમટેક્સની રેડ કરી ૪ લાખની થયેલી છેતરપિંડી
પાવીજેતપુર તાલુકાના ખટાસ ગામે ખેડૂતને ત્યાં નકલી ઇન્કમટેક્સની રેડ કરી ૪ લાખની થયેલી છેતરપિંડી...
‘મહાકાલ કી થાલી’ની જાહેરાત માટે Zomatoએ માંગી માફી, આપ્યો આ ખુલાસો
ઓનલાઈન ફૂડ ડિલિવરી કંપની Zomatoની એક જાહેરાતને લઈને હોબાળો થયો છે. આ જાહેરાતમાં અભિનેતા રિતિક...
शाळाबाह्य बोगस सर्व्हेक्षण कारवाईसाठी बाल हक्क संरक्षण संघाचे जिल्हाधिकारी कार्यालयासमोर "बुटपाॅलिश आंदोलन "
बीड-
समग्र शिक्षा अभियान अंतर्गत लाभार्थी विद्यार्थ्यांना व्यवस्थापन समिती मार्फत गणवेश...