আজি ওদালগুৰি জিলাৰ ৰাজাগড় শ্বহীদ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত উওৰ পূৱ উদ্যোগী নাৰী সন্থাৰ উদ্যোগত; Colors of Northeast (NGO) আৰু ৰাজাগড় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সহযোগত, অন্যতম সহযোগী সংস্থা চান ভেলী হস্পিতালৰ পৰা অহা Medical team ৰ প্ৰত্যক্ষ সহযোগিতাত বিনামূলীয়া স্বাস্থ্য সজাগতা শিৱিৰৰ আয়োজন কৰা হয় । শিৱিৰত অন্য ৰোগৰ লগতে বিশেষ ভাবে চানভেলী চিকিৎসালয়ৰ মধুমেহ ৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডা: মুকুল বৰা দেৱে চিকিৎসা সেৱা আগবঢ়ায় । শিৱিৰত প্ৰায় শতাধিক পুৰুষ/মহিলাই চিকিৎসা সেৱা গ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
শিৱসাগৰ জিলাৰ শিৱসাগৰ যুৱদলত জ্ঞানপীঠ বটাপ্ৰাপক প্ৰয়াত ড°বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ শতবৰ্ষ উদ্যাপন সমিতিৰ উদ্যোগত বক্তৃতানুষ্ঠান অনুষ্ঠিত।
খ্যাতি সম্পন্ন মানৱতাবাদী।লেখক সাহিত্য অকাডেমী আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, জ্ঞানপীঠ...
राजस्व वसूली को गई डिस्कॉम टीम पर जानलेवा हमला, कनिष्ठ अभियंता व तकनीकी कर्मचारियों को पीटा, गाड़ी को तोड़ा
बाड़मेर जिले के शिव थानान्तर्गत बालासर गांव में बिजली के बिलो की बकाया राशि जमा नहीं करने पर...
VI का तगड़ा प्लान, फ्री मिल रहा अनलिमिटेड डेटा; कैसे उठा सकते हैं फायदा
Vi Super Hero Plan वीआई ग्राहकों के लिए एक सुपर हीरो प्लान लेकर आई है। इसमें प्रीपेड यूजर्स को...
अवैध वृक्षतोड थांबवा अन्यथा रस्त्यावर उतरू; टायगर ग्रुप जिल्हाध्यक्ष अविनाश जाधव@india report
अवैध वृक्षतोड थांबवा अन्यथा रस्त्यावर उतरू; टायगर ग्रुप जिल्हाध्यक्ष अविनाश जाधव@india report
Karnataka assembly election voting on May 10, counting on May 13
The Karnataka assembly election 2023 will be held on May 10 and the counting of votes...