আজি ওদালগুৰি জিলাৰ ৰাজাগড় শ্বহীদ আদৰ্শ মধ্য ইংৰাজী বিদ্যালয় প্ৰাঙ্গনত উওৰ পূৱ উদ্যোগী নাৰী সন্থাৰ উদ্যোগত; Colors of Northeast (NGO) আৰু ৰাজাগড় ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সহযোগত, অন্যতম সহযোগী সংস্থা চান ভেলী হস্পিতালৰ পৰা অহা Medical team ৰ প্ৰত্যক্ষ সহযোগিতাত বিনামূলীয়া স্বাস্থ্য সজাগতা শিৱিৰৰ আয়োজন কৰা হয় । শিৱিৰত অন্য ৰোগৰ লগতে বিশেষ ভাবে চানভেলী চিকিৎসালয়ৰ মধুমেহ ৰোগ বিভাগৰ বিশেষজ্ঞ চিকিৎসক ডা: মুকুল বৰা দেৱে চিকিৎসা সেৱা আগবঢ়ায় । শিৱিৰত প্ৰায় শতাধিক পুৰুষ/মহিলাই চিকিৎসা সেৱা গ্ৰহণ কৰে ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ગારીયાધાર ભાજપનું પ્રચાર પ્રસાર દરમિયાન બાઇક રેલી યોજાઈ
ગારીયાધાર ભાજપનું પ્રચાર પ્રસાર દરમિયાન બાઇક રેલી યોજાઈ
कोटा में कहां हुआ एक्सीडेंट आपस में भिड़ी तीन गाड़ियां देखिए पुरी खबर
ब्रेकिंग...
आईएल फ्लाईओवर और विज्ञान नगर फ्लाईओवर के मध्य तीन कारों की जबरदस्त भिडंत...
Twitter के पूर्व CEO पराग अग्रवाल समेत इन अधिकारियों ने किया Elon Musk पर केस, जानें क्या है पूरा मामला
ट्विटर के पूर्व सीईओ पराग अग्रवाल (Parag Agarwal) की वजह से एलन मस्क की मुसीबतें बढ़ती नजर आ रही...
সানেকুছি বৰপুখুৰীপাৰ নামঘৰ প্ৰাংগনত মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ ৫৭৪ তম্ জন্ম মহোৎসৱৰ আয়োজন
বৰভাগ ৰাজহচক্ৰৰ অন্তৰ্গত সানেকুছি বৰপুখুৰীপাৰ নামঘৰ প্ৰাংগনত অহা চাৰি,পাচ আৰু ছয় অক্টোবৰত...