মহাশিৱৰাত্ৰি উপলক্ষে ৰাজ্যৰবিভিন্ন প্ৰান্তৰ লগতে চৰাইদেউ জিলাৰ মৰাণহাটৰ ঐতিহ্য মণ্ডিত শ্ৰী শ্ৰী নৰ্বদেশ্বৰ শিৱালয়ত পুৱাৰে পৰা পৰিলক্ষিত হৈছে উখল -মাখল পৰিবেশ ।শতবৰ্ষ গৰকা এই শিৱ মন্দিৰত পুৱাৰে পৰা ভক্তৰ লানি নিছিগা সোঁত দেখা গৈছে।দেৱাদিদেৱ মহাদেৱৰ অচ্চৰ্না কৰিবলৈ শাৰী পাতিছেহি ভক্তসকলে।মৰাণহাটৰ দাঁতিকাষৰীয়া অঞ্চলৰ পৰা অগণন ভক্ত অহা দেখা গৈছে। মন্দিৰ পৰিচালনা সমিতিয়ে ৰাইজৰ সুবিধাৰ্থে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহন কৰি শিৱৰাত্ৰি সু-চাৰু ৰূপে অনুষ্ঠিত কৰাৰ চেষ্টা অব্যাহত ৰাখিছে। যি
শতবৰ্ষ গৰকা মৰাণহাটৰ ঐতিহ্য মণ্ডিত ৰ্নৱদেশ্বৰ শিৱালয়ত উলহ-মালহেৰে মহাশিৱৰাত্ৰি উদ্যাপন।শ শ লোকৰ সমাগম।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/02/nerity_5e3ec8e66c3ff2002556c7ab20214645.jpg)
![Like](https://storage.googleapis.com/nerity.com/uploads/reactions/like.png)