আজি মহাশিৱৰাত্ৰী পূজা৷চাৰিওপিনে দেৱাদি দেৱ মহাদেৱৰ পূজাৰ্চনাত ব্যস্ত ভক্ত সকল৷ইয়াৰ মাজতে নলবাৰীৰ খাৰজাৰাত আটকধুনীয়াকৈ নিৰ্মাণ কৰি উলিৱাইছে ৯১ ফুট দৈৰ্ঘ্যৰ শিৱমুৰ্তি৷আজি শিৱৰাত্ৰি উপলক্ষে উক্ত মুৰ্তিটো আনুষ্ঠানিক ভাবে উন্মোচন কৰে৷উত্তৰ পূৱ ভাৰতৰ ভিতৰত আতাইতকৈ ওখ উক্ত মুৰ্তিটো নিৰ্মাণ কৰোতে ৪০ লাখ টকা ব্যয় হৈছে৷মহালক্ষ্মী সঞ্চয় আৰু ঋনদান সমবায় সমিতিৰ অৰ্থ ব্যয়ৰে নিৰ্মাণ কৰিছে মুৰ্তিটো৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Lotus Cars अगले साल भारतीय बाजार में लॉन्च करेगी Emira, जानिए कितनी खास होगी 2 करोड़ की ये सुपरकार
भारत में इलेट्रे के बाद लोटस एमिरा ब्रांड का दूसरा उत्पाद होगा। इस स्पोर्ट्सकार को 2021 में विश्व...
ધારી શહેર અને તાલુકાના ગામડાઓમાં વાદળછાયું વાતાવરણ, વરસાદ ની સંભાવના
ધારી શહેર અને તાલુકાના ગામડાઓમાં વાદળછાયું વાતાવરણ, વરસાદ ની સંભાવના
આગામી 3 એપ્રિલ 2023ના રોજ ગુજકેટની પરીક્ષા યોજાશે, રાજ્યભરમાંથી 1.30 લાખ વિધાર્થી પરીક્ષા આપશે
ગુજરાત માધ્યમિક અને ઉચ્ચતર...
बरसाती नाले का कचरा नहीं में फंसने से पानी की निकासी हुई अवरुद्ध
बरसाती नाले का कचरा नहर में फंसने से पानी की निकासी हुई अवरुद्ध
- जोडफ़ली-दानवाव...
তিনিচুকীয়াত জিলা প্ৰশাসনৰ দ্বাৰা হিতাধীকাৰীক ৰেফৰিজাৰেটেড (Refrigerated)মাছ পৰিৱহণ বাহন প্ৰদান কাৰ্যসূচী
তিনিচুকীয়াত জিলা প্ৰশাসনৰ দ্বাৰা হিতাধীকাৰীক ৰেফৰিজাৰেটেড (Refrigerated)মাছ পৰিৱহণ বাহন প্ৰদান...