উজনি অসমৰ এখন আগশাৰীৰ অন্ধ বিদ্যালয় হৈছে মৰাণৰ জনমংগল আদৰ্শ অন্ধ বিদ্যালয়। 1971 চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খন আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে পৰিচালনা কৰি আহিছে । দুই শৈশৱৰ বান্ধৱী অৰ্থাৎ পৰ্য্যটকক লগত লৈ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে অন্ধ বিদ্যালয়খন পৰিদৰ্শন কৰে । ইংলেণ্ড আৰু অন্ধ্ৰপ্ৰদেশৰ পৰ্য্যটক দুগৰাকীৰ সৈতে অন্ধ বিদ্যালয়ৰ ছাত্ৰ- ছাত্ৰী সকলৰ লগত অভিনেতা ভিক্টৰ বেনাৰ্জীয়ে মত বিনিময় কৰাৰ লগতে ছাত্ৰ- ছাত্ৰী সকলে পৰিবেশন কৰা গীত উপভোগ কৰে । ইংলেণ্ড আৰু অন্ধ্ৰপ্ৰদেশৰ পৰা অহা তানি দাস আৰু থেচা থবলি অন্ধ বিদ্যালয়খন দেখুৱাই ভিক্টৰ বেনাৰ্জীয়ে সংবাদ মাধ্যমৰ আগত কয়, তেওঁৰ দুই শৈশৱৰ বান্ধৱীয়ে অসমত উপস্থিত হৈ অন্ধ বিদ্যালয় পৰিদৰ্শন কৰাৰ কথা কয় সেয়ে তেওঁ তেওঁলোকক মৰাণলৈ লৈ আহিছে। লগতে তেওঁ কয়, মৰাণত জনমংগল আদৰ্শ অন্ধ বিদ্যালয়ত প্ৰায় ২৫ খন আসন খালি আছে অধ্যয়ণ কৰিব পৰাকৈ। সেয়ে ইচ্ছা থকা ছাত্ৰ- ছাত্ৰী সকলক অধ্যয়ণ কৰাৰ সুবিধা ল'বলৈ আহ্বান জনাই।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
આવતા મહિનાથી મફત વીજળી મળશે! સરકારે લીધો મોટો નિર્ણય, સાંભળીને લોકો ખુશ થયા
પંજાબના મુખ્યમંત્રી ભગવંત માને રાજ્યની જનતાને મોટી ભેટ આપી છે. તેમણે કહ્યું કે 1 સપ્ટેમ્બરથી...
માર્ગ સલામતી અને ટ્રાફિક સપ્તાહની ઉજવણી કરવામાં આવી
કોડીનાર પોલીસે ઉજવણી કરી ટ્રાફિક નિયમનો ભંગ કરનાર વાહન ચાલકોને દંડ કરવાને બદલે ગુલાબનું ફૂલ આપ્યું
ગુજરાત રાજ્ય પોલીસ વિભાગ દ્વારા માર્ગ સલામતી અને ટ્રાફિક સપ્તાહ 2023 ની ઉજવણી કરવામાં આવી રહી છે....
જન્મજયંતિ નિમિત્તે નવનિર્મિત 'ડો.બાબાસાહેબ આંબેડકર' સર્કલનું કેન્દ્રીય મંત્રીશ્રી ડૉ. મહેન્દ્રભાઇ મુંજપરાનાં વરદહસ્તે લોકાર્પણ કરાયું
ભારતીય બંધારણના ઘડવૈયા ભારતરત્ન ડૉ. ભીમરાવ આંબેડકરજીની જન્મજયંતી નિમિત્તે આજે સુરેન્દ્નનગર ખાતે...