হোজাইত বিস্ফোৰিত সামগ্ৰীৰ সন্ধানত আৰক্ষীৰ অনুসন্ধান।।

শংকৰদেৱ নগৰ ASEB কলনীত বোমা নিৰীক্ষণ যন্ত্ৰৰে চলাইছে অনুসন্ধান।

কিছুদিন পূৰ্বে ASEB কলনীত উদ্ধাৰ হৈছিল এটা গ্ৰেণেড।অন্যান্য বিস্ফোৰিত সামগ্ৰী থকাৰ সন্দেহত চঁলিছে এই অনুসন্ধান।