মৰাণ টেঙাদলঙত সংঘটিত ভয়ানক দুৰ্ঘটনাত কথমপি ৰক্ষা পৰে গাড়ী চালক ।তীব্ৰবেগত গৈথকা i10 গাড়ীASO6K 1065 নিয়ন্ত্ৰণ হেৰুৱাই ৩৭নং ৰাষীয় ঘাই পথৰ কাষত থকা খাৱৈত সোমাই 

 পানীত ডুব যায়। স্থানীয় লোকে ততাতৈয়াকৈ চালকক গাড়ীৰ পৰা উলিয়ায়। জানিব পৰামতে ৰাঙলী দেওঘৰীয়াৰ দ্বীপেন দাসৰ পুত্ৰ ৰাহুল দাসে গাড়ীখন চলাইগৈছিল।আৰক্ষীৰ লোক উপস্থিত হৈ ঘটনাৰ বুজ লয় আৰু গাড়ীখন খাৱৈৰ পৰা উদ্ধাৰ কৰে।