শিৱসাগৰ জিলাৰ লেঙিবৰ গাওঁ পঞ্চায়তৰ জল জীৱন মিচন অধীনত নিৰ্মাণ হোৱা মনখুচি পানী যোগান আঁচনিৰ পৰিচালনা সমিতি আজি গঠন কৰাহয়। লেঙিবৰ গাওঁ পঞ্চায়তৰ সভাপতিi দুলাল তাছাৰ উপস্থিতিত অনুষ্ঠিত সভাত কেন্দ্ৰীয় চৰকাৰে দিয়া এই বৃহৎ আঁচনি কেনেদৰে পৰিচালনা কৰি সকলো স্হানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা অভাৱ দুৰ কৰিব পৰাযায় তাৰ আলোচনা কৰাহয় । এই কাৰ্যসূচীত পঞ্চায়তৰ কৰ্মচাৰী লগতে পঞ্চায়তৰ ৱাৰ্ড সদস্য জোনা নাগবংশী, মহেন্দ্ৰ বেদিয়া, মিনা গোৱালা উপস্থিতথাকে। স্হানীয় ৰাইজে এনেদৰে সহযোগিতা কৰাৰ বাবে সকলো লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে পঞ্চায়ত প্ৰতিনাধিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Bajaj Auto ने 100 देशों तक बढ़ाई अपनी पहुंच, कंपनी ने ब्राजील में सेट अप की नई फैसिलिटी
बजाज ऑटो ने ब्राजील के पूर्वोत्तर भाग में स्थित मनौस में नई मैन्युफैक्चरिंग फैसिलिटी स्थापित की...
આમુસર વાડીમા રહેણાંક મકાન માથી દેશી દારુ ઝડપાયો
આમુસર વાડીમા રહેણાંક મકાન માથી દેશી દારુ ઝડપાયો
जालमपुरा में दिनदहाड़े घर का ताला तोड़कर चोरी की वारदात का खुलासा कर, पुलिस ने एक आरोपी को किया गिरफ्तार।
जालमपुरा में दिनदहाड़े घर का ताला तोड़कर चोरी की वारदात का खुलासा कर, पुलिस ने एक आरोपी को किया...
उत्तर प्रदेश के पूर्व मुख्यमंत्री समाजवादी पार्टी के संस्थापक मुलायम सिंह यादव का निधन
समाजवादी पार्टी के संस्थापक तथा उत्तर प्रदेश के पूर्व मुख्यमंत्री मुलायम सिंह यादव के निधन से...
সোণাৰীত চৰাইদেউ জিলা ঔষধ পৰিদৰ্শকৰ নেতৃত্বত ঔষধ ব্যৱসায়ী সকলৰ সভা অনুষ্ঠিত ।
শুকুৰবাৰে সোণাৰীত আয়ুক্তৰ উপস্থিতিত চৰাইদেউ জিলাৰ ঔষধ পৰিদৰ্শকৰ নেতৃত্বত ঔষধ ব্যৱসায়ী সকলৰ সভা...