শিৱসাগৰ জিলাৰ লেঙিবৰ গাওঁ পঞ্চায়তৰ জল জীৱন মিচন অধীনত নিৰ্মাণ হোৱা মনখুচি পানী যোগান আঁচনিৰ পৰিচালনা সমিতি আজি গঠন কৰাহয়। লেঙিবৰ গাওঁ পঞ্চায়তৰ সভাপতিi দুলাল তাছাৰ উপস্থিতিত অনুষ্ঠিত সভাত কেন্দ্ৰীয় চৰকাৰে দিয়া এই বৃহৎ আঁচনি কেনেদৰে পৰিচালনা কৰি সকলো স্হানীয় ৰাইজে বিশুদ্ধ খোৱা পানীৰ পৰা অভাৱ দুৰ কৰিব পৰাযায় তাৰ আলোচনা কৰাহয় । এই কাৰ্যসূচীত পঞ্চায়তৰ কৰ্মচাৰী লগতে পঞ্চায়তৰ ৱাৰ্ড সদস্য জোনা নাগবংশী, মহেন্দ্ৰ বেদিয়া, মিনা গোৱালা উপস্থিতথাকে। স্হানীয় ৰাইজে এনেদৰে সহযোগিতা কৰাৰ বাবে সকলো লৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে পঞ্চায়ত প্ৰতিনাধিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
मायुमं की मोरानहाट शाखा का मेगा राहत शिविर सीजन 4 सम्पन्न
गत तीन वर्षों की तरह इस वर्ष भी मारवाड़ी युवा मंच मोरानहाट शाखा की टीम आओ खुसियां बांटे के...
अमेरिका में भी बजा Mumbai Indians का डंका, MLC 2023 का खिताब जीतकर बनाई अपनी साख, फैंस ने किया सलाम
मुंबई इंडियंस (Mumbai Indians) को आईपीएल 2023 में भले ही हार का सामना करना पड़ा हो, लेकिन अमेरिका...
કાલોલ તાલુકા ની ૧૯ ગ્રામપંચાયતોમાં તલાટી કમ મંત્રી અને જુનિયર ક્લાર્ક કમ મંત્રી હાજર થયા.
રાજ્ય સરકારમાં નવી નિમણૂક મેળવી રહેલા ૪૧૫૯ જેટલા યુવાનોની મુખ્યમંત્રી ભુપેન્દ્રભાઈ પટેલની...
સાણંદ:સાણંદમાં મામલતદાર કચેરી ખાતે તાલુકા કિસાન કોંગ્રેસ દ્વારા આવેદન પાઠવવામાં આવ્યું
સાણંદ:સાણંદમાં મામલતદાર કચેરી ખાતે તાલુકા કિસાન કોંગ્રેસ દ્વારા આવેદન પાઠવવામાં આવ્યું