ডিব্ৰুগড় জিলাৰ মৰাণৰ চেপনত আজি সংঘটিত হ'ল চাঞ্চল্যকৰ আত্মহত্যাৰ ঘটনা। ঘৰৰ ভিতৰত একেদাল ৰচীৰে চিপ লৈ আত্মহত্যা কৰিলে পতি-পত্নীয়ে। ঘটনা অনুসৰি মৰাণ থানাৰ অন্তৰ্গত চেপন বঠাবাৰীত সংঘটিত হৈছে এই ঘটনা।গৌতম নায়ক আৰু পূৰ্ণিমা নায়কে আজিপুৱা নিজৰ ঘৰৰ ভিতৰতে লোৱা আত্মহত্যা প্ৰত্যক্ষ কৰে পৰিয়ালে। দুটা সন্তানৰ পিতৃ-মাতৃএই দম্পতিহালে আত্মহত্যা কৰাদেখা পায় নিজ পুত্ৰই চিঞৰ বাখৰ কৰে।ইয়াৰ পাছতে ওচৰ- চুবুৰীয়াই আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ ব্যৱস্থাকৰে।ইফালে ঘটনাৰ পিছতে মৰাণত ৰাজহ চক্ৰ বিষয়া গৰাকীয়ে মৰাণ থানাত উপস্থিত হৈ মৃতদেহ প্ৰত্যক্ষ কৰি ঘটনাৰ বুজ লয়।জানিব পৰা মতে মৃত গৌতম নায়কে মাছ-মাংস বিক্ৰী কৰি ক্ষুদ্ৰ ব্যৱসায় কৰাৰ লগতে পৃৰ্ণিমা নায়কে বাগিচাৰ কৰ্মচাৰী আছিল। আত্মহত্যাৰ ঘটনাই সকলোকে আচৰিত কৰি তুলিছে। ঘটনা ৰাজহুৱা হোৱাৰ পিছতে মৰাণত সৃষ্টি হৈছে চাঞ্চল্য।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Rain News | Junagadh માં બે કલાકમાં બે ઇંચ વરસાદ | Gujarati News | News18 Gujarati
Rain News | Junagadh માં બે કલાકમાં બે ઇંચ વરસાદ | Gujarati News | News18 Gujarati
दरा-कनवास मार्ग पर दो बाईकों में आमने-सामने हुई भिडंत में एक की मौत
कोटा. दरा व कनवास के बीच मुख्य सड़क मार्ग पर रात्रि को आमने सामने दो बाइक सवारों की जोरदार भिड़ंत...
ખંભાતના દરિયાઈ વિસ્તારમાં ઉજવાતી ઉત્તરાયણમાં રાજ્યભરની જનમેદની ઉમટી !
નવાબી ખંભાતે હલવાસન, સૂતરફેણી, પતંગ, અકીકની વિશ્વને ભેટ આપી છે.વિશ્વ ફલકે ખંભાતની પતંગો તો વખણાય...
आबादी क्षेत्र में पैंथर दिखने से क्षेत्रवासियों में फैली दहशत
बून्दी
फ़रीद खान
आबादी क्षेत्र में फिर नजर आया पैंथर,
पैंथर देखने के लिए लगी वाहनों की...