ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰবিষয়া কাৰ্য্যালয়ৰ মৰাণ আৰক্ষী থানাই আইন উলঙ্ঘা কৰা ১৭ খন বেটেৰী ৰিক্সা জব্দ কৰে। জানিব পৰা মতে,৩৭নং ৰাষ্ট্ৰীয় ঘাই পথত আহি বেটেৰী ৰিক্সাচালক সকলে আইন নেমানি য'ত ত'ত সোমাই বিশৃঙ্খলতাৰ সৃষ্টিকৰাৰ কাৰণে আৰক্ষীয়ে ই ৰিক্সাখিনি জব্দ কৰে।পিছত ৰিক্সাচালক সন্থাই আলোচনা কৰি আইন মানি চলাৰ প্ৰতি শ্ৰুতি প্ৰদান কৰাত আৰক্ষী য়ে জব্দ কৰা ৰিক্সামুকলি।কৰি দিয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
સંતરામપુર: નર્સિંગપુર અને ટાઉન વિસ્તારમાં પોલીસે રેઈડ કરી દેશી દારૂ ઝડપી પાડ્યો.
સંતરામપુર: નર્સિંગપુર અને ટાઉન વિસ્તારમાં પોલીસે રેઈડ કરી દેશી દારૂ ઝડપી પાડ્યો.
ধুলা থানাৰ আদিবাসী বনকৰা যুবতীৰ মৃত্যুৰ ভূৱা পোস্টমৰ্টেম ৰিপ'ৰ্ট দিয়া তিনি চিকিৎসক গ্ৰেপ্তাৰ
ধুলা থানাৰ আদিবাসী বনকৰা যুবতীৰ মৃত্যুৰ ভূৱা পোস্টমৰ্টেম ৰিপৰ্ট দিয়া মঙলদৈ অসামৰিক চিকিৎসালয় তিনি...
बाइक सवार अधेड़ को अज्ञात वाहन ने मारी टक्कर इलाज के दौरान मौत
शहर के गुमानपुरा क्षेत्र के छावनी में बाइक सवार अधेड़ को अज्ञात वाहन ने टक्कर मार दी घटना में घायल...
বৰহাটত স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি গাওঁৰক্ষী বাহিনীয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা
বৰহাট আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত স্বাধীনতা দিৱসত কোনো ধৰণৰ কুটাঘাট মূলক কাৰ্য সংঘটিত...