নলবাৰী চহৰৰ শান্তিপূৰ ধৰ্মপ্ৰাণা মহিলা তথা বিশিষ্ট নাট্যকাৰ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি জ্যেষ্ঠ সাংবাদিক ধ্ৰৱজ্যোতি শৰ্মাৰ মাতৃ মনোৰমা দেৱী(৭৪) আজি আবেলি মৃত্যু হয়৷দীৰ্ঘদিনৰ পৰা জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট লেখিকা গৰাকীৰ মৃত্যুত অজস্ৰ দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷বিগত অসম আন্দোলনৰ সময়ত স্বেচ্ছাসেৱক বাহিনীৰ সক্ৰিয় স্বেচ্ছাসেবিকা হিচাবে আন্দোলনত সহযোগ কৰা মনোৰমা দেৱী এজনী নামতি হিচাবে ও পৰিচিত আছিল৷মৃত্যুৰ সময়ত তেওঁ স্বামী সমন্বিতে,একমাত্ৰ পুত্ৰ ধ্ৰুৱজ্যোতি শৰ্মা,চাৰি গৰাকী বিবাহিত কন্যাৰ লগতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ભાવનગર : નો પાર્કિંગ ઝોનમાં જિલ્લા પંચાયતના ઉપપ્રમુખે કાર પાર્ક કરી | SatyaNirbhay News Channel
ભાવનગર : નો પાર્કિંગ ઝોનમાં જિલ્લા પંચાયતના ઉપપ્રમુખે કાર પાર્ક કરી | SatyaNirbhay News Channel
પ્રધાનમંત્રી કિસાન સન્માન નિધિ યોજના અંતર્ગત ૧૩મો હપ્તો મેળવવા તા.૩૧ સુધીમાં e-KYCની પ્રક્રિયા કરાવવી ફરજિયાત
અમરેલી. તા.૧૩ ડિસેમ્બર (મંગળવાર) પ્રધાનમંત્રી કિસાન સન્માન નિધિ યોજના અન્વયે ખેડૂત ખાતેદારને...
आंगनबाड़ी कार्यकर्ताओं ने समस्याओं मांग हेतु सौंपा ज्ञापन
कोटा. सांगोद की आंगनबाड़ी कार्यकर्ताओं ने ग्रामीण साथिन शिशु पालना गृह की समस्याओ की मांग को शासन...
Google Pixel 9 Pro Fold की पहली सेल हुई लाइव, 10 हजार रुपये की बंपर छूट में मिल रहा गूगल फोल्डेबल फोन
गूगल फोल्डेबल फोन Google Pixel 9 Pro Fold की पहली सेल लाइव हो चुकी है। अगर आप भी एक फोल्डेबल फोन...