নলবাৰী চহৰৰ শান্তিপূৰ ধৰ্মপ্ৰাণা মহিলা তথা বিশিষ্ট নাট্যকাৰ নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি জ্যেষ্ঠ সাংবাদিক ধ্ৰৱজ্যোতি শৰ্মাৰ মাতৃ মনোৰমা দেৱী(৭৪) আজি আবেলি মৃত্যু হয়৷দীৰ্ঘদিনৰ পৰা জৰায়ুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা বিশিষ্ট লেখিকা গৰাকীৰ মৃত্যুত অজস্ৰ দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷বিগত অসম আন্দোলনৰ সময়ত স্বেচ্ছাসেৱক বাহিনীৰ সক্ৰিয় স্বেচ্ছাসেবিকা হিচাবে আন্দোলনত সহযোগ কৰা মনোৰমা দেৱী এজনী নামতি হিচাবে ও পৰিচিত আছিল৷মৃত্যুৰ সময়ত তেওঁ স্বামী সমন্বিতে,একমাত্ৰ পুত্ৰ ধ্ৰুৱজ্যোতি শৰ্মা,চাৰি গৰাকী বিবাহিত কন্যাৰ লগতে অজস্ৰ গুনমুগ্ধক ইহসংসাৰত এৰি যায়৷
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Wrestlers Protest: Naresh Tikait ने UP में बुलाई Khap Panchayat | Brijbhushan की पहलवानों को नसीहत
Wrestlers Protest: पहलवानों के मामले में आज उत्तर प्रदेश के मुज़फ्फरनगर में खाप महापंचायत का आयोजन...
अधिकारी को CM की फटकार- आपको दर्द नहीं होता?:जनसुनवाई में कहा- लोग धक्के खाकर आते हैं
भरतपुर के दो दिन के दौरे पर आए मुख्यमंत्री भजनलाल शर्मा ने शनिवार को जनसुनवाई के दौरान अफसरों को...
ગંભોઈ પાસે ભેંસો ભરેલું ડાલુ પલ્ટી ખાઈ જતા ફરિયાદ
હિમતનગર તાલુકાના ગાંભોઈ નજીકથી ગુરૂવારે વહેલી સવારે ચાર ભેંસો ભરી પસાર થઈ રહેલ એક પીકઅપ ડાલુ...
30 साल बाद खत्म हुई दुश्मनी, Sunny Deol ने लगाया Shahrukh Khan को लगाया गले |Bollywood News
30 साल बाद खत्म हुई दुश्मनी, Sunny Deol ने लगाया Shahrukh Khan को लगाया गले |Bollywood News