কি চলিছে মাজুলীৰ শ্ৰী শ্ৰী পিতাম্বৰদেৱ অসামৰিক চিকিৎসালয়ত  ৷ ৮ বজাৰ পৰা ৯:৩০ বজালৈ ৰোগীৰ বোন্দাপৰ ৷ সময়মতে উপস্থিত নহয় টিকট পঞ্জীয়ক  ৰোগীৰ হাঁহাকাৰ , বাইক বেয়া হোৱাৰ অজুহাতত পঞ্জীয়ক জন প্ৰায়ে বিদ্যালয়ত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ ৷ 

শুনকচোন ৰোগী আৰু খোদ পঞ্জীয়ক জনে কি কয় ?