ইণ্ডিয়ান মেৰিটাইম বিশ্ববিদ্যালয় চেন্নাই অধীনত বিশাখাপট্টনমত "মেৰিন নিৰ্মাণ কলা আৰু সাগৰীয় অভিযান্ত্ৰিক"বিভাগত অধ্যয়ন কৰিবৰ বাবে নিৰ্বাচিত হৈছে জামুগুৰিহাটৰ অভিলেখ কৌশিক।বিশ্বনাথ চাৰিআলিৰ জোৱহৰ নবোদয় বিদ্যালয়ৰ পৰা ৯২%নম্বৰ লাভ কৰি সু-খ্যতিৰে উত্তীৰ্ন হোৱা অভিলেখ জামুগুৰিহাটৰ ৰাজখোৱা চুক নিবাসী পংকজ কুমাৰ শৰ্মা আৰু ৰণি শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ। অধ্যয়নৰ লগতে বেডমিণ্টন খেলত পাৰদৰ্শিতা থকা অভিলেখে জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰা ঝাৰখণ্ডত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাতো অংশগ্ৰহণ কৰিছিল। উল্লেখ যে এই পাঠ্যক্ৰমৰ বাবে অনুষ্ঠিত সৰ্বভাৰতীয় প্ৰৱেশ পৰীক্ষাত উৰ্ত্তীন হৈ অধ্যয়ন ৰ সুযোগ পোৱা অভিলেখ কৌশিক জামুগুৰিহাটৰ প্ৰথম গৰাকী ছাত্র হোৱাৰ লগতে এইবেলি উক্ত পাঠ্যক্ৰমৰ বাবে নিৰ্বাচিত শোণিতপুৰ জিলাৰ একমাত্ৰ ছাত্ৰ।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
Maulana On Isreal-Hamar War: हमास-हमास करने वालों को मौलाना असगर इमाम की ये बात जरूर सुननी चाहिए !
Maulana On Isreal-Hamar War: हमास-हमास करने वालों को मौलाना असगर इमाम की ये बात जरूर सुननी चाहिए !
Twitter का नाम X रखने पर Elon Musk को करना पड़ सकता है कानूनी अड़चनों का सामना, जानिए क्या है पूरा मामला
नई दिल्ली, बिजनेस डेस्क। दुनिया के सबसे अमीर व्यक्ति एलन मस्क ने अपने सोशल मीडिया प्लेटफॉर्म...
चार्जर असली है या नकली, चुटकियों में कर सकते हैं पता; बस इंस्टॉल करना है एक ऐप
असली-नकली चार्जर का फर्क कर पाना बड़ा मुश्किल काम है। अगर आप गलती से नकली चार्जर खरीद लाते हैं और...
ঢকুৱাখনাৰ বগৰী গাঁৱত প্ৰকাণ্ড অজগৰ উদ্ধাৰ
ঢকুৱাখনা মহকুমাৰ খেৰকটা পঞ্চায়তৰ বগৰী গাঁৱত আজি পুৱা উদ্ধাৰ হয় এটা প্ৰকাণ্ড অজগৰ। বগৰী গাঁৱৰ...