যোৰহাটত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ছাত্ৰ সন্থাই। পথ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সন্থাই।লোক নিৰ্মান বিভাগৰ কুম্ভ কৰ্ণ নিদ্ৰাৰ ফলত এতিয়া জিলা খনৰ বহু পথে ৰাইজক জিয়াটো ভোগাইছে। যোৰহাট জিলাৰ বালিগাঁও পথ টু নিৰ্মাণৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদ জনাই অহাৰ পাছটো বৰ্তমানলৈকে পথ টু নিৰ্মান নোহোৱাৰ ফলত ৰাইজ অতিষ্ঠ হৈ পৰিছে। উল্লেখযোগ্য বিষয় যে এই বালিগাঁও পথটোৱে ফৰলেণ্ড নিৰ্মাণৰ বাবে ব্ৰহ্মপুত্ৰ ৰ পৰা বালি আনিবলৈ ডাম্পাৰ ৰ চলাচলে সম্পূৰ্ণ পথ টু ৰাইজৰ যাতায়তৰ অনুপযোগী কৰি তুলিছে আৰু বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আজি এই সমগ্ৰ দাবী লৈ ছাত্র সন্থাই মুখ্যমন্ত্ৰী ৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক অতি শীঘ্ৰে পথটো নিৰ্মান কৰিবলৈ দাবী উত্থাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
হাতীয়ে নিজৰ তত্ত্বাৱধায়কক এৰি দিবলৈ অস্বীকাৰ কৰে, ভিডিঅ’ই গলালে হৃদয়
বনৰীয়া জীৱ-জন্তুৱে নিজৰ মানৱ তত্ত্বাৱধায়কৰ সৈতে যথেষ্ট আকৃষ্ট হ’ব পাৰে আৰু এতিয়া,...
भारताचा वेगवान गोलंदाज राहुल शर्मा क्रिकेट मधून निवृत्त होणार.
सध्या आशिया चषक स्पर्धेची सगळीकडे धूम असून आजच्या भारत-पाकिस्तान सामन्यात कोणाचा विजय होणार याची...
IndusInd Bank Q3 Results Impact | मुनाफा रहा उम्मीद से बेहतर, ऐसे में आज इस Stock में क्या होगा?
IndusInd Bank Q3 Results Impact | मुनाफा रहा उम्मीद से बेहतर, ऐसे में आज इस Stock में क्या होगा?
રાધનપુર વિધાનસભા 16 માં પ્રથમ ફોર્મ આહિર અને ભરવાડ સમાજમાંથી આજે ભરવામાં આવ્યું
રાધનપુર વિધાનસભા 16 માં પ્રથમ ફોર્મ આહિર અને ભરવાડ સમાજમાંથી આજે ભરવામાં આવ્યું
...
SCO Meeting: गोवा की SCO बैठक में शामिल होने के लिए चीनी रक्षा मंत्री जनरल ली शांगफू आएंगे भारत
नई दिल्ली, चीन के रक्षा मंत्री जनरल ली शांगफू भारत दौरे पर आने वाले हैं। गोवा में...