যোৰহাটত মুখ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰে ছাত্ৰ সন্থাই। পথ নিৰ্মাণৰ দাবীত এই প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সন্থাই।লোক নিৰ্মান বিভাগৰ কুম্ভ কৰ্ণ নিদ্ৰাৰ ফলত এতিয়া জিলা খনৰ বহু পথে ৰাইজক জিয়াটো ভোগাইছে। যোৰহাট জিলাৰ বালিগাঁও পথ টু নিৰ্মাণৰ বাবে বিভিন্ন সময়ত প্ৰতিবাদ জনাই অহাৰ পাছটো বৰ্তমানলৈকে পথ টু নিৰ্মান নোহোৱাৰ ফলত ৰাইজ অতিষ্ঠ হৈ পৰিছে। উল্লেখযোগ্য বিষয় যে এই বালিগাঁও পথটোৱে ফৰলেণ্ড নিৰ্মাণৰ বাবে ব্ৰহ্মপুত্ৰ ৰ পৰা বালি আনিবলৈ ডাম্পাৰ ৰ চলাচলে সম্পূৰ্ণ পথ টু ৰাইজৰ যাতায়তৰ অনুপযোগী কৰি তুলিছে আৰু বিভিন্ন সময়ত দুৰ্ঘটনা সংঘটিত হৈ আহিছে। আজি এই সমগ্ৰ দাবী লৈ ছাত্র সন্থাই মুখ্যমন্ত্ৰী ৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰক অতি শীঘ্ৰে পথটো নিৰ্মান কৰিবলৈ দাবী উত্থাপন কৰে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
गूगल को बेचना पड़ सकता है क्रोम ब्राउजर:अमेरिकी सरकार बना सकती है दबाव, कंपनी पर अपनी मोनोपॉली के गलत इस्तेमाल का आरोप
गूगल को अपना इंटरनेट ब्राउजर गूगल क्रोम बेचना पड़ सकता है। दरअसल, यूएस डिपार्टमेंट ऑफ जस्टिस यानी...
চৰকাৰে লাচিত দিৱস দিল্লীত অনুষ্ঠিত কৰিবলৈ লোৱাক লৈ মৰাণত প্ৰতিক্ৰিয়া টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ
চৰকাৰে লাচিত দিৱস দিল্লীত অনুষ্ঠিত কৰিবলৈ লোৱাক লৈ মৰাণত প্ৰতিক্ৰিয়া টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰৰ
ಸಿಎಂ ಸಿದ್ದರಾಮಯ್ಯ ಅವರ ವಿರುದ್ಧ ಪ್ರಾಸಿಕ್ಯೂಷನ್ ಗೆ ಅನುಮತಿ ನೀಡಿರುವುದು ಸಂವಿಧಾನ ವಿರೋಧಿ ನಡೆಯಾಗಿದೆ - ಡಾ. ಎನ್. ಮೂರ್ತಿ
ಆಗಸ್ಟ್ 19, 2024
ಬೆಂಗಳೂರು ಪ್ರೆಸ್ ಕ್ಲಬ್ ನಲ್ಲಿ ಇಂದು 'ರಿಪಬ್ಲಿಕನ್ ಪಾರ್ಟಿ ಆಫ್ ಇಂಡಿಯಾ (ಬಿ)' ಪಕ್ಷದ...