অভ্যুদয় ইয়ুথ ক্লাবৰ সৌজন্যত আয়োজিত National Sports Meet-2023 ত ৪০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা থাওৰা বিধানসভা সমষ্টিৰ দিনেশ দেউৰীৰ দুহিতা তুলিকা দেউৰীলৈ থাওৰা বিধান।সভা সমষ্টিৰ বিধায়ক সুশান্ত বৰগোঁহাইৰ শুভেচ্ছা জ্ঞাপন।কৰাৰ লগতে অলেখ অভিনন্দন জনাইছে। তেওঁৰ এই প্ৰাপ্তিত নথৈ আনন্দিত হৈ গৌৰৱ অনুভৱ কৰিছো বুলি মত প্ৰকাশ কৰিছে। অনাগত সময়তো কঠোৰ ক্ৰীড়া অনুশীলনৰ মাজেৰে তেওঁ আমালৈ গৌৰৱ কঢ়িয়াই আনক তাৰে শুভেচ্ছা যাচিলে বিধায়ক গৰাকীয়ে।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
धन्वंतरी जयंती के साथ ही आरोग्य सप्ताह का हुआ समापन
बालोतरा, 29 अक्टूबर। जिले में निदेशालय के निर्देशानुसार 22 अक्टूबर से 28 अक्टूबर तक आरोग्य सप्ताह...
ৰাজ্যত অব্যাহত চোৰাং চাউলৰ বেহা। মৰাণৰ চেপনত কেইবাশ কুইণ্টল চৰকাৰী চোৰাং চাউল সহ আটক দুজন।
ৰাজ্য মুখ্যমন্ত্ৰীৰ ড৹ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰে দৰিদ্ৰ ৰাইজলৈ যোগান বিনামুলীয় চাউল বিতৰণত কোনো...
राजस्व मंत्रालयिक संघ के जिलाध्यक्ष बने शिवराज सैनी, तेज कुमार को बनाया संगठन का संरक्षक
बूंदी। सहायक प्रशासनिक अधिकारी शिवराज सैनी को राजस्व मंत्रालयिक कर्मचारियों ने सर्व सम्मति से...
বৌদ্ধ বিহাৰ চাবলৈ গৈ শংকৰদেৱ সংঘ ত্যাগ কৰিব লগীয়া হ'ল লংপতীয়াৰ দুটা পৰিয়াল
বৌদ্ধ বিহাৰ চাবলৈ গৈ শংকৰদেৱ সংঘ ত্যাগ কৰিব লগীয়া হ'ল সোণাৰিৰ দুটা পৰিয়াল। সোণাৰিৰ লংপতীয়া...
માયાભાઈએ આપ્યો કમાના વીરોધ કરનારને કરારો જવાબ | Kamo | Kamo Kirtidan Gadhavi dayro | Khajur Bhai
માયાભાઈએ આપ્યો કમાના વીરોધ કરનારને કરારો જવાબ | Kamo | Kamo Kirtidan Gadhavi dayro | Khajur Bhai