ষ্টাফ কলেজত চলচ্চিত্ৰ নিৰ্মাণ কৰ্মশালা।

 

ডিজিটেল মাধ্যমৰ বহুল প্ৰচাৰৰ সময়ত ছবি নিৰ্মাণত প্ৰত্যাহ্বান নেকি?

 

এই মুল বিষয়টো সন্দৰ্ভত বিষদ ভাৱে আলোচনা কৰা হ'ব।

 

৬ আৰু ৭ আগষ্টত দুদিনকৈ অনুষ্ঠিত হ'ব এই কৰ্মশালা।

 

অসম চলচ্চিত্ৰ বিত্ত উন্নয়ন নিগমৰ উদ্যোগত এই কৰ্মশালা।

 

বলিউডত ভগতৰ জনপ্ৰিয় ছবি নিৰ্মাতা মধুৰ ভাণ্ডাৰকাৰ উপস্থিত থাকিব।

 

এই কৰ্মশালা উদ্ধোধন কৰিব মন্ত্ৰী পীযুষ হাজৰিকাই।