আন্তঃৰাষ্ট্ৰীয় কিড্‌নী দিৱস প্ৰতিবছৰে ৯মাৰ্চত পালন কৰাহয়। এই উপলক্ষে মাহযোৰা সজাগতা শিৱিৰ আয়োজন কৰি আহিছে চিকিৎসকসকলে। এই।উপলক্ষে চিকিৎসা সেৱা।আগবঢ়াবলৈ আৰু বৃক্কৰোগৰ সন্দৰ্ভত সজাগ কৰিবলৈ অসম।চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে চিকিৎসকৰ এটিদল লগত লৈ মৰাণৰ তেলীয়া পথাৰ পুণ্য অৰণ্য নামঘৰলৈ নামঘৰত নামঘৰীয়াৰ সেৱালৈ ডাঃসঞ্জীৱ কাকতিয়ে নিজে এক চিকিৎসা সেৱা আগবঢ়ালে গাঁও খনৰ বিভিন্ন প্ৰান্তৰৰ পৰা অহা ব্যক্তি সকলক। পুণ্যঅৰণ্য নামঘৰ ৰ বাকৰিত আয়োজিত চিকিৎসা।শিৱিৰত সেৱা আগবঢ়ালে চিকিৎসক গুৱাহাটীৰ মৃদু প্লাৱন বড়া ,ডিব্ৰুগড়ৰ দিব্যজ্যোতি কলিতা, দিবাকৰ চৌবে দীপক তাছা আৰু মৃনালগগৈয়ে সেৱা আগবঢ়ায়।