চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত কচুমাৰী ত অৱস্থিত কচুমাৰী বহুমুখী ভৱনত আজি মাহমৰা ব্লক কংগ্ৰেছৰ "হাথ চে হাথ জোড়ো "অভিযানৰ শুভাৰম্ভ।কৰাহয়। মাহমৰা বূক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈৰ পৌৰহিত্বত অনুস্থিত এই অনুষ্ঠানত অসম।প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা মাহমৰা সমষ্টিৰ তত্বাৱধায়ক অজয় কুমাৰ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক সৰোজ দিহিঙ্গীয়া উপস্থিত থাকি বক্তব্য ৰাখে। অনুষ্ঠানত চৰাইদেউ জিলাৰ কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকী , জিলা যুৱ কংগ্ৰেছৰ।সভাপতি গকুল গগৈৰ লগতে জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছ ৰ বিষয় ববীয়া সকল উপস্থিত থাকে
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ "বিশেষ অভিনন্দন অনুষ্ঠান" ৬ আগষ্টলৈ পিছুৱালে
গোলাঘাট জিলাৰ মহুৰামুখ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৩১ জুলাই, ২০২২ তাৰিখে অনুষ্ঠিত হ'ব লগা "বিশেষ...
સુરત જિલ્લા માં રવિવારે ૧,૫૨,૭૦૦ બાળકો પોલિયોની રસી આપવામાં આવી
સુરત જિલ્લા માં રવિવારે ૧,૫૨,૭૦૦ બાળકો પોલિયોની રસી આપવામાં આવી
સુરત જિલ્લા આરોગ્ય વિભાગ દ્વારા...
पीक पाहणी नोंदीसाठी तिसऱ्यांदा मुदतवाढ
रत्नागिरी : पीक पाहणी नोंदणीसाठी आता शेवटची मुदतवाढ देण्यात आली आहे. तिसऱ्यांदा मुदतवाढ देताना...
एटा में दुष्कर्मी पिता गिरफ्तार, पुलिस से बोला साहब गलती हो हुई, मां ने देखे थे मोबाइल में बेटी के अश्लील फोटो
एटा शहर कोतवाली क्षेत्र के एक गांव में बेटी के साथ दुष्कर्म करने वाले पिता को पुलिस ने...