চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত কচুমাৰী ত অৱস্থিত কচুমাৰী বহুমুখী ভৱনত আজি মাহমৰা ব্লক কংগ্ৰেছৰ "হাথ চে হাথ জোড়ো "অভিযানৰ শুভাৰম্ভ।কৰাহয়। মাহমৰা বূক কংগ্ৰেছৰ সভাপতি কেশৱ গগৈৰ পৌৰহিত্বত অনুস্থিত এই অনুষ্ঠানত অসম।প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক তথা মাহমৰা সমষ্টিৰ তত্বাৱধায়ক অজয় কুমাৰ গগৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক সৰোজ দিহিঙ্গীয়া উপস্থিত থাকি বক্তব্য ৰাখে। অনুষ্ঠানত চৰাইদেউ জিলাৰ কংগ্ৰেছৰ সভাপতি অনুজ বৰকটকী , জিলা যুৱ কংগ্ৰেছৰ।সভাপতি গকুল গগৈৰ লগতে জিলা কংগ্ৰেছ আৰু ব্লক কংগ্ৰেছ ৰ বিষয় ববীয়া সকল উপস্থিত থাকে
কচুমাৰীত মাহমৰা ব্লক কংগ্ৰেছৰ "হাথ চে হাথ জোড়ো"অভিযানৰ শুভাৰম্ভ। অসম প্ৰদেশ কংগ্ৰেছৰ সাঃসম্পাদকৰ অংশ গ্ৰহন।
![](https://storage.googleapis.com/nerity.com/uploads/photos/2023/02/nerity_0bc180117ca18ef0304c1158406c8ba1.jpg)