চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ বৰডবা পঞ্চায়তৰ অন্তৰ্গত হেলাগাঁৱত আজি মাহমৰা উন্নয়ণ খণ্ডৰ খণ্ডউন্নয়ণ বিষয়া উৎপল গগৈয়ে হেলাগাঁও গৰখীয়া থানৰ নৱনিৰ্মিত স্থায়ী গৃহটি শুভ উদ্বোধন কৰে।মাহমৰা।সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ ২০২১/২২ বৰ্ষৰ সমষ্টিৰ উন্নয়ণ পূঁজিৰ দুই লাখ ছয়সত্তৰ হেজাৰ টকাৰে নিৰ্মাণ সম্পূৰ্ণ কৰা হৈছে গৰখীয়া থানৰ স্থায়ী।গৃহটি।ঐতিহাসিক থানখনৰ নৱনিৰ্মিতগৃহ উদ্বোধনী অনুষ্ঠানত খণ্ড উন্নয়ণ বিষয়া গৰাকীৰ লগতেবিজেপি মহিলা মৰ্চাৰ মাহমৰা গ্ৰাম্য মণ্ডলৰ সভানেত্ৰী গীতামণি চিৰিং, জ্যেষ্ঠ বিজেপি নেতা কুশল দত্ত আহোম জাতীয় গণমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক অকণ ভূঞাকে ধৰি বহুসংখ্যক।স্থানীয় লোক উপস্থিত থাকে।

Sponsored

देव क्लासेज व मून रेस्टॉरेंट - बूंदी

देव क्लासेज व मून रेस्टॉरेंट की ओर सभी कोटा एवं बूंदी वासियों को नवरात्री, दशहरा तथा दीपावली की हार्दिक शुभकामनायें |