হৰিনামৰ ধব্বনিৰে মুখৰিত ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰ/দুদিনীয়া কাৰ্যসূচীৰে আয়োজন বাৰ্ষিক পালনাম মহোৎসৱ।
উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিখ্যাত বৈষ্ণৱপীঠ ইতিহাস প্ৰসিদ্ধ শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত পৰম্পৰাগতভাৱে ৪ আৰু ৫ ফেব্ৰুৱাৰী তাৰিখে দুদিনীয়া কাৰ্যসূচীৰে বাৰ্ষিক পালনাম ভাগি অনুষ্ঠিত কৰা হৈছে।
শনিবাৰৰ পৰা আয়োজন কৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য সৃষ্টি পালনাম মহোৎসৱটি
ঐতিহাসিক শ্ৰী শ্ৰী বাসুদেৱ থান নৰোৱা সত্ৰত উখল মাখল পৰিৱেশ।
পালনাম মহোৎসৱৰ উপলক্ষে হৰিনামৰ ধব্বনিৰে মুখৰিত হৈ পৰিছে সত্ৰৰ চৌদিশে৷