ৰাষ্ট্ৰীয় পৰ্যায়ত পুনৰ উজলিল অসম সন্তান কণ্ঠশিল্পী নীলোৎপল বৰা। ভাৰতীয় এথলেটিকৰ Theme song হিচাপে নিৰ্বাচিত হৈছে নীলোৎপল বৰাই পৰিচালনা কৰা 'চাব্বাছ' শীৰ্ষক গীতটি। ছ'চিয়েল মিডিয়াযোগে শিল্পীজনে এই তথ্য সদৰী কৰাৰ পাছতেই ব্যাপক চর্চা আৰু সমাদৰ লাভ কৰিছে শিল্পী গৰাকীয়ে পৰিচালনা কৰা গীতিটি । শিল্পী গৰাকীৰ এই সফলতাত উৎফুল্লিত ৰাজ্যবাসী।
Join our app to earn points & get the text & video content in your preffered language
PLease Click Here to Join Now
Search
Categories
- City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
ಬೆಂಗಳೂರಿನ ಅರಮನೆ ಮೈದಾನದಲ್ಲಿ ಡಿಸೆಂಬರ್ 23, 24ರಂದು "ಗ್ಲೋಬಲ್ ಯೋಗ ಸಮ್ಮಿಟ್ 2023" ನಡೆಯಲಿದೆ.
December 20, 2023
ಬೆಂಗಳೂರಿನ ಅರಮನೆ ಮೈದಾನದ ಅನಂತ್ಯ ಸಭಾಂಗಣದಲ್ಲಿ ಡಿಸೆಂಬರ್ 23, 24ರಂದು "ಗ್ಲೋಬಲ್ ಯೋಗ...
নলবাৰী ৰাস মহোৎসৱত বজৰংগ দলৰ গুৰুত্বপূৰ্ণ সূূচনা
নলবাৰী চহৰস্থিত ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰত সাতৰ পৰা ১৯ নবেম্বৰলৈ তেৰদিনীয়াকৈ ৰাস মহোৎসৱ...
नहर में डूबा मजदूर हुई मौत, सीएडी प्रशासन पर लगाया आरोप , देखे पूरा मामलाG
रेलवे कालोनी थाना क्षेत्र में नहर डूबने से एक 45 वर्षीय मजदूर मौत होने से हंगामा मच गया। नहर पर...
સુરેન્દ્રનગર: લખતર શ્રીનાથજી સોસાયટી જવા માટેના રોડ ઉપરનું નાળું તૂટેલી હાલતમાં | Surendranagar News
સુરેન્દ્રનગર: લખતર શ્રીનાથજી સોસાયટી જવા માટેના રોડ ઉપરનું નાળું તૂટેલી હાલતમાં | Surendranagar News