ডিব্ৰুগড় মালিপট্টিৰ শিশু তপন বাইলুঙৰ অপহৰণ আৰু হত্যাৰ উচিত তদন্তৰ দাবী জনালে দিহাজানতআছাৰ উপসভাপতি ৰূস্তম কুজুৰে।আছা নেতা গৰাকীয়ে কয় যে সকলোৱে ন্যায় পাব লাগে সি ধনী বা দুখীয়া যিয়েই নহওক ।ঘটনাৰ পিছত ভিআইপিৰ সেৱাত ব্যস্ত থকাৰ অজুহাত দেখুৱাই ।শিশুৰ ঘটনাক।গুৰুত্ব নিদিয়া সকলৰ ওসৰত উচিত ।ব্যৱস্থাৰ দাবী তোলে।উল্লেখনীয় যে , ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ।অধ্যক্ষতাত অনুস্থিত হোৱা কেবিনেট বৈঠকৰ সময়তে ।ডিব্ৰুগড় চহৰৰ মালিপট্টিৰ পৰা দুৰ্বিত্তই তপন বাইলুং নামৰ শিশুটিক অপহৰণ কৰিছিল আৰু পিচত শিশুটিৰ মৃতদেহ চহৰ খনৰ আৰক্ষী অধীক্ষকৰ বাসভৱনৰ সমীপত অৱস্থিত পি ডব্লিউ ডি কলনীৰ পৰিত্যক্ত প্ৰসাৱগাৰত উদ্ধাৰ কৰাহৈছিল।