ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত নাহৰণি গাঁৱৰ দহ বস্তিত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়।৬৫ বছৰীয়া পুৰু বাউৰীক দাৰে ডিঙি কাটি।হত্যা কৰে একে গাঁৱৰে ৪০ বছৰীয়া গাওঁবুঢ়া বাউৰীয়ে । মৰাণ আৰক্ষীয়ে নিশাই ঘটনাস্থলীত উপস্থিত হৈ অভিযুক্ত।গাঁওবুঢ়া বাউৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে হত্যাকাণ্ডত ব্যৱহৃত দা-খন জব্দ কৰে। আৰক্ষীয়ে মৃতদেহটো নিজৰ জিম্মাত লৈ থানালৈ আনি তদন্ত আৰম্ভ কৰিছে।
Join our app to earn points & get the text & video content in your preffered language
 PLease Click Here to Join Now
 Search
 Categories
 - City News
- State News
- National
- Crime
- Entertainment
- Viral News
- Special
- Sports
- Politics
- Business
- International
- Health
- Spiritual
- Agriculture
- Education
- Election
Read More
  মৰাণত জ্যেষ্ঠ সাংবাদিক বাছা বৰাক ৰাজহুৱা সম্বৰ্দ্ধনা 
 
                      মৰাণত জ্যেষ্ঠ সাংবাদিক বাছা বৰাক ৰাজহুৱা সম্বৰ্দ্ধনা
চলিত বৰ্ষৰ সাংবাদিক পেঞ্চন প্ৰাপক, মৰাণৰ...
                  
   ડ્રગ્સનો નેટવર્ક ફેલાવવા માટે મહિલા મુંબઈ થી અમદાવાદ આવી, યુવાનો ને ફસાવી કામ કઢવતી હતી : BREAKING 
 
                      ડ્રગ્સનો નેટવર્ક ફેલાવવા માટે મહિલા મુંબઈ થી અમદાવાદ આવી, યુવાનો ને ફસાવી કામ કઢવતી હતી : BREAKING
                  
   নুমলীগড়ৰ বৰচাপৰিৰ ন বিলত উদ্ধাৰ বন্যহস্তীৰ পোৱালিৰ মৃতদেহ 
 
                      নুমলীগড়ৰ বৰচাপৰিৰ ন বিলত উদ্ধাৰ বন্যহস্তীৰ পোৱালিৰ মৃতদেহ
                  
   Delhi: जेंडर इक्वेलिटी के लिए सड़कों पर नजर आईं UP Warriors की खिलाड़ी, खुद बनाई Wall Painting 
 
                      Delhi: जेंडर इक्वेलिटी के लिए सड़कों पर नजर आईं UP Warriors की खिलाड़ी, खुद बनाई Wall Painting
                  
   
  
  
  
   
   
   
  